সমললৈ যাওক

পৃষ্ঠা:নতুন ধাৰাপাত.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নতুন ধাৰাপাত
২৭
 

ইংৰাজী মাহৰ দিনৰ সংখ্যা—

ত্ৰিশ দিনে হয় লৰা মাহ চেপ্তেম্বৰ।
তেনেকৈ এপ্ৰিল আৰু জুন নবেম্বৰ॥
ফেব্ৰুৱাৰী মাহ আঠাইশ দিন ধৰে।
চতুৰ্থ বছৰে তাৰ একদিন বাঢ়ে॥
বাকী সাত মাহ একত্ৰিশ দিন গণে।

 অসমীয়া   ইংৰাজী   মুছলমানী 

বহাগ ৩১
জেঠ ৩১
আহাৰ ৩২
শাওণ ৩১
ভাদ ৩১
আহিন ৩১
কাতি ৩২
আঘোণ ৩০
পুহ ২৯
মাঘ ২৯
ফাগুণ ৩০
চ’ত ৩১

জানুৱাৰী ৩১ দিন
ফেব্ৰুৱাৰী ২৮ ”
মাৰ্চ্চ ৩১ ”
এপ্ৰিল ৩০ ”
মেই ৩১ ”
জুন ৩০ ”
জুলাই ৩১ ”
আগষ্ট ৩১ ”
ছেপ্তেম্বৰ ৩০ ”
অক্টোবৰ ৩১ ”
নবেম্বৰ ৩০ ”
ডিচেম্বৰ ৩১ ”

মহৰম
শফৰ
ৰবিয়ল আউয়ল
ৰবিয়স চানি
জমাদিয়ল আউয়ল
জমাদিয়ল চানি
ৰজ্জব
শাবান
ৰমজান
শওয়াল
জেল্‌বাদ
জেলহজ্জ