পৃষ্ঠা:তাৰা.pdf/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৯৯
৯৯
তাৰা

তাৰ। ---নহয় পিতা, মই দুখন পৃথিবী পাৰ্লো। দাদা, আপোনালোকৰ লগত আজি কি পুণ্যৰ ফলত এনেকৈ পূৰ্ণ মিলন ঘটিল। Fা--সেই সামান্য সৈনিকজনক পোৱা হলে তক উপযুক্ত পুৰস্কাৰ দি সুখী কৰিলোহেঁতেন। লিত-মহাৰাজ, শয়ে সেই সামান্য সৈনিক। দিলীৰ, ঠিক কথা ক। ময়ে তোক নিৰ কৰিছিলো নহয়নে? লীৰ আঠুকাঢ়ি) মই আকৌ আঠু ললে॥ যুদ্ধক্ষেত্ৰত তুমি মোক পৰাভৱ কৰিছিল। এতিয়া মোৰ প্ৰাণ লোৱা। তোমাৰ এই আঙঠি আৰু সতী ৰাজকন্যাৰ গলৰ এই হাৰ। লিত -মোৰ ওচৰত আই ললে কি হব? তোমাৰ খোদাৰ ওচৰত ক্ষমা ভিক্ষা কৰা। মই তোমাক ক্ষমা কৰিলো। জা—মোৰ আদেশ মতে দিলীৰ খা মুক্ত। আজি এই আনন্দৰ দিনত সকলো সুখী হওক। ৰামসিংহ! তোমালোক সকলোকে মুক্তি দিয়ে। পালিত! তোমাৰ বীৰত্বৰ এই পুৰস্কাৰ লোৱা। ( পালিতৰ হাতত তাৰাৰ হাত দি) তোমাক এইটো বহু- মূলীয়া ৰত্ন দিলো। জয়সিংহ, কালি তোমাক যুৱৰাজ পদত অভিষিক্ত কৰিম। ঈশ্বৰে তোমালোকৰ মঙ্গল কৰক। [ সখীসকলৰ প্ৰবেশ।] সখীসকল- -গীত- ৰই ৰই আনন্দৰ লহৰ খেলি মলয় দোলে ধীৰে কাদম্বৰী পি;- নয়ন ৰঞ্জন আলোকিত প্ৰাঙ্গন ধূপ-দীপ-চন্দনে শুভ লগনে উৎসৱ অভিনৱ দুশোদিশি।