পৃষ্ঠা:তাৰা.pdf/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯০
তাৰা

যত পূৰ্ণ অঙ্গনা-
উল্লাস উন্মনা-
মৃদঙ্গ গগনা-
বাজে কিঙ্কিনী;
সুন্দৰ মধু নিশা উজ্জ্বল দীপ শিখা-
মঙ্গল আনন্দৰ উৰুলি দি
আকাশত খেৰি খেলে দেৱ-কিন্নৰী।

 

–আঁৰ কাপোৰ–