পৃষ্ঠা:তাৰা.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৮৩
৮৩
তাৰা

৭৩ বতাহেও মোক শক্তিহীন কৰিছে। কিমান যুদ্ধত জয়ী হৈ মোগল সম্ৰাটৰ পৰা কিমান সন্মান, কিমান জায়গীৰ লাভ কৰিলো, কিন্তু আজি সেই সকলোৰে তপমান হল। যদি এজন ৰজপুত সৈনিকৰ ইমান বল, ইমান সহ, তেনেহলে নিশ্চয় ইহঁত দেৱতা, আৰু আমি পশুতকৈও অধম। [ প্ৰস্থান। অজয়সিংহ আৰু ৰামসিংহই মুদ্ধ কৰি কৰি যায়। বেগেৰে বিক্ৰমজিং, জয় আৰু বিজয়সিংহৰ প্ৰবেশ।] বিক্ৰমজিৎ-ৰাজপুত বীৰসকল! নপলাবা। প্ৰাণ মানতকৈ শ্ৰেষ্ঠ নহয়। পৰাজয়ৰ শঙ্কা নাই। গিৰিশট সুৰক্ষিত, আমি সহায় কৰিম। জয়ওবিজয়-নপলাব, নলা, কাপুৰুষৰ দৰে নপলাব। আমি তোমালোকক সহায় কৰিম। [ সকলোৰে প্ৰস্থান। ৰামসিংহ দিলীৰ খ, তাৰ। আৰু কেইজনমান মোগল সৈন্যৰ প্ৰবেশ।] --যুৱক! সময় থাকোতেই সৈন্য এৰি পাই যোবা। নিজৰ প্ৰাণ ৰক্ষা কৰা। এই সময়ত শত্ৰু মিত্ৰৰ চিনাকি নাই। মানুহৰ ভাগ্য কেনে পৰিবৰ্ত্তন শীল! ৰাজপুত ৰজাও বন্দী হল, পিঠ দিলে, জয়পুৰ প্ৰায় আমাৰ হাতৰ মুঠিত। এনেতে কৰপৰা কোন আহি আমাক পৰাজয় কৰিলে। দি লীৰ এইবোৰ বাধকৰে। ৰাজপুত দুৰ্গৰক্ষী সৈন্য? ৰাম-আহ, সময় থাকোতেই উপকাৰ কৰে। কৰি সাহেৰে যুজি জয়লাভ কৰে। অথবা বীৰ-শয্যা লাভ কৰি অনন্ত সুখ ভোগ কৰে॥ সৈন্যই হয় নতুন ব্যুহ ৰচনা