পৃষ্ঠা:তাৰা.pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৮২
৮২
তাৰা

৭২ অতি কঠোৰ। তাৰ তোমাৰ অনুগ্ৰহৰ পাত্ৰী, সেই বাবে সোণকালে এই পাপ-পূৰ্ণ সংসাৰৰ পৰা আঁতৰাই নিলা। এই কলঙ্কিত পৃথিবী তেনেকুৱা জনৰ উপযুক্ত ১াই নহয়। [ অলপ মনে মনে থাকি ] মই জয়পুৰ ৰাজ্যৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আহিছে; কিন্তু জয়পুৰ! তোমাৰ ভাবী পটেশ্বৰীক হত্যা কৰিয়েই তোমাৰ বুকুত কঠোৰ শেল হানিছে। দুনাই তোমাৰ সন্তানসকলক হত্যা কৰি আৰু তোমাক আঘাত নিদিওঁ। [ অলপ মনে মনে থাকি ] এই মোগল সৈনিকৰ সাজ গৈ সামান্য ৰাজপুত সৈনিকৰ সাজ লৈ মোগলৰ বিৰুদ্ধে যুদ্ধ কৰিম। তাৰ! হৃদয়েশ্বৰী। তোমাৰ কাৰণেই এই প্ৰাণ বিসৰ্জন দিম। তোমাৰ হত্যাৰ কথা ভাবি ভাবিয়েই মোৰ জীৱন মৃতপ্ৰায়, তথাপি, তোমাৰ কাৰণেই যুদ্ধ কৰি প্ৰাণ ত্যাগ এনে যুদ্ধ কৰিম যে ৰাজপুত বীৰসকলে মোক সন্মান নকৰিলেও ঘৃণা কৰিব নোৱাৰে। আই ভৱানী! পুৰ্বপুৰুষসকলৰ শক্তি যেন আজি মোৰ বাহুত আৱিভুত হয়। [ প্ৰস্থান। ] কৰিম। দ্বিতীয় দৰ্শন যুদ্ধক্ষেত্ৰ [ ৰণ কৰি কৰি দিলীৰ খাঁ আৰু পালিতৰ প্ৰবেশ। দিলী বৰ তৰোৱাল কাঢ়ি লৈ পালিত গুচি যায়।] দিলীৰ-মোৰ পাপেই মোক দুৰ্বল কৰিছে, নহলে এই সামান্য ৰাজপুত সৈন্যৰ হাতত পৰাজিত হওঁনে? এই দেশৰ