পৃষ্ঠা:ছুটিয়া বুৰঞ্জী.djvu/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(৪)। কাণ্ড টে। চায় সেইদৰে সেই কালতত এই নৰবল বলাক এটা উৎসবৰ দৰে হৈছিল। শ ঘন্টা বজাই তবে শুতিয়ে বলিত দিয়া মানুহটোৰ মনটোক উৎসাহিত কৰি ধৰ্ম্ম ভাবেৰ মত কৰি তাক একে কেৰে কাটি প্ৰান সংহৰণ কৰি বাজ আজ্ঞা প্ৰতিপালন কৰিছিল। কালক্ৰমত যত্নেততে (অকল শ্ৰেশ্বৰী মন্দিৰতেই নহয় ভাৰতৰ আন আন দেবী মঠ বিলাকত যেনে কামাখ্যাত জৈন্তিয়াৰ ফালজুৰ মঠত) এই নৰবলি টো, অজ্ঞান আহ্মাৰত ডুবি থকা ৰাইজৰ সন্তোষৰ অৰ্থে, অথবা ধৰ্ম্মত উন্মত্ত হে|ৱা দুই এজন বীৰাচাৰী সবিৰ অন্ধ বিশ্বাসৰ উত্তেজত, এটা বছৰেকীয়া আবশ্যকীয় অনুস্থানৰ দৰে হৈ পৰিছিল। বছৰি দোষী বা বিদ্ৰোহী নোলাৰ কাৰণে বজাঘৰৰ পৰ এটা বন্ধা নিয়ম মতে নিৰ্দোষী মানুহ একোটাকে বলিদিয়া হৈছিল। ৰাইজৰ সন্তোষৰ অৰ্থে নিৰ্দোষী মানুইক বলি দিয়াৰ বিষয়ে পূজ্যপাদ শ্ৰীশ্ৰীযুত ৰবীন্দ্ৰনাথ ঠাকুৰ, পুথি এখানত পাব বীৰাচাৰী সাধকে উন্মত্ত হৈ নিৰ্দোষী মানুহক বলি দিবলৈ বিচৰা কথা বঙ্কিম চন্দ্ৰৰ কপাল কুণ্ডলাতে বিশদ উদাহৰণ পাব। সেই কাপলিক জনে কেনেকৈ নব কুমাৰক বলিদিব বিছাৰিছিল, চেষ্ট। কৰিছিল তাৰ নন বৰ বিশদৰূপে পাব। তাম্ৰশ্বৰী মন্দিয়ত বছ