পৃষ্ঠা:ছুটিয়া বুৰঞ্জী.djvu/৩৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


(২৫)। বলি দিৰ নিমিত্তে আহোম ৰাই চুতীয়াক পৰাস্ত কৰি উঠিও এখেল মানুহ থৈছিল। সেই লেক সাৰ খেল লিছিল। সেই ধেল মানুইৰ কৰ কাটল মাফ অছিল। সেই খেল চুতীয়া মানুহৰ পৰ। বছৰি এটা ডেকাক বুলি লিছিল। মান আহি দেশ লণ্ডভণ্ড কৰিবৰ পৰাহে সদিয়াৰ এই নৰ বলি প্ৰথা উঠিল। তাম্ৰেশ্বৰী মন্দিৰত সেই কালত নৰবলি হোৱাৰ বাবেই যে চুতীয়া সকল অনায্য অছিল সেইটো নহয়। নববলি আব ভিতৰত ব্ৰাহ্মণ ক্ষত্ৰিয়ৰ ভিৰতো একালত তছিল। বউ মানেও দুৰ্গাপূজাত ব্ৰাহ্মণেহে ছাগলি আৰু নহক বলি দিয়াৰ অগেয়ে উছৰ্গা কৰি দি শাহিজল চটীয়াই দিয়ে। তাহেৰী মন্দিৰৰ নৰবলিৰ নিমিত্তে দেউৰী আৰু চুতীয়া সকলে অনায' হব নােৱাবে। | এই বিলাক বিবৰণৰ পৰা আৰু বৰ্তমান শদিয়াত সি সি ধবংশাবশেষ আছে তব পৰা, ভীশ্বক নগৰ কুণ্ডিল পানী ইত্যাদি ঠাইৰ পৰা আৰু আমি সৰুৰ পৰা পি পিতামহ সকলৰ পৰ শুনি অহা আখ্যানৰ পৰা শঙ্কৰ দেৱৰ ৰুক্মিণী হৰণ পদৰ পৰা ধিৰ কৰি জানি- ছিলো যে, এই সদিয়াই আগৰ মহাভাৰতৰ কালৰ ভীক ৰজাৰ ঠাই যাৰ জীয়েক ৰূক্মিণীক প্ৰভু কৃষ্ণই দ্বাৰকা পৰা হিমালয়ৰ দাতিয়ে দাতিয়ে এটা আলী বন্ধই হবণ কৰি লৈ গৈছিল। আমাৰ এই বিশ্বাস