পৃষ্ঠা:ছুটিয়া বুৰঞ্জী.djvu/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২ শুক্ৰাং গাওঁবুঢ়া। বৰ গা খেলৰ উৎপতি বৰ গাঁৱত থকা বাবে এওঁবিলাকৰ চুণপোৱাত ব্ৰহ্মপুত্ৰ দাতিত এটা মন্দীব আছিল। এওঁবিলাকৰ মাতৃ ফৈদৰ নাম ইকুলাৰ বৰ দেউৰী। লুকাৰ সৰু দেউৰী। হিজৰ ৰৰ ভৰালী। বুসৰু সৰু ভৱালী। টোপনীয় খেল এওঁলোকৰ উজাপানী নৈৰপাৰত এটা মন্দিৰ আছিল। এওঁবিকিৰ মানুই এই কেই মুচায়াে। কাজি মাঝাও। মােছু! আজুইও। ফুটীয়াটিকা চাক চুৰগিয়া ইত্যাদি। পটিৰ গা ফৈদৰ মানুহ আজি কালি নাই। এয়ে আমাৰ চুতীয়া ভাত সকলৰ চমু বৃত্তান্ত। | চুতীয়া ৰজা লকলৰ নামৰ পিচত পাল উপাধিটো কো বাবে কোনাে কোনো প্ৰত্নতাত্ত্বিকে কয় যে চুতীয়া ৰজা সকল ৰ ধক্ষকে আছি কৱি ধৰ্মধজ লৈকে ভাটীৰ পালবংশীয় ৰৱে ৰ কেননা এটা ঠাল ঠেঙ্গলী। ৰঙ্গা নােহোৱ। চুতীয়া সাৰ ওপৰ ভাটিৰ পৰা আহি ৰাজত্ব কৰিছিল, আৰু নীতিপাল