পৃষ্ঠা:ছুটিয়া বুৰঞ্জী.djvu/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(৭)। ১। দিবলীয়া, ১ বৰগঞ, : টেক্ষা পনীয়া, ৪। পাতৰ গঞা, ইত্যাদি। দিবঙ্গীয়া খেলৰ কৃণ্ডিল নৈৰ পাৰত এটা মন্দিৰ আছিল। দিবা। খেলৰ ভিতৰত এই বিলাকফৈদ। ১। সুন্দৰিও এও বিলাক বুড়া বুড়ী অৰ্থাৎ মহাদেব | পাৰ্বতীৰ পুজক। ২। আইৰিও এওঁবিলাকক বৰ ভৱালীও বােলে। প্ৰবাদ আছে এওঁবিলাক হেনাে সদাশিৱৰ। পৰা উৎপন্ন। ৩৷ এওঁবিলাক সৰু দেউৰী। ৪। কমত সৰু ভৰালীৰ খেল। আইৰি } সৈতে সম্পৰু লগা। ৫। শিতি গাওঁ যি সকলে দেৱতাৰ অৰ্থে পচা | তুলি ফুৰিচিল। সুন্দবিও সৈতে সম্পৰু লগ।। ৬। মৰা যি যকলে 'খেতি বাতি কৰে। ৭। তেহৰিও। ৮। লাগানে। ৯। লুপাও দেৱতাৰ জোগত দিবৰ নিমিত্তে খেতি | কৰা যাই। ১। কুমাৰ চক্ষ হাড়ি গজ সফল। ১১। কলিয়াচক পচা তােলাত যি সকলে পাটি। জায় লৈ ফুৰিছিল।