পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ১৬ ) মণ্ডলীৰ শিক্ষা—ঈশ্বৰৰ আজ্ঞা। GOOD দ্বিতীয় আজ্ঞা। দ্বিতীয় আজ্ঞা অনুযায় আমি ঈশ্বৰ, পবিত্ৰ জনবিলাক, পবিত্ৰ বস্তু বিষযত সম্মান আৰু শ্ৰদ্ধাৰে কথা কবলৈ বাধিত। বিপি শপত আৰু প্ৰতিজ্ঞাবত সম্পন্ন কৰিবলৈ লাগতিয়াল। এই আজ্ঞা মিছা, বিবেচনা । হীন, অধ্যায, আৰু অনাবশ্যক শপত বোৰক, ঈশ্বৰ নিন্দা কৰা, শাও দিয়া, অপবিত্ৰ আৰু অশুচি কথা এই সকলো নিষেধ কৰে। তৃতীয় আক্তা। প্ৰেভুৰ দিন পবিত্ৰ ৰূপে পালন কৰিবলৈ এই আজ্ঞা অনুসাৰে পবিত্ৰ কাথলিক মলীগে এই দেখি মা শুনিবলৈ আৰু দাস্য-কাৰ্য্য নকৰিবলৈ আমাক আদেশ দিযে। **ী কাৰণ নহলে দেওবাৰ আৰু নিৰ্দিষ্ট পূৰ্বদিনত মিচ্চা মুশুনিলে আমি আৰ। মা, পাপ কৰো। মিচ্চা এক অংশহে শুনিলে কৰব্য কাণ্য পৰ্ণ নকৰে। মিচ্চাৰ আটাইতকৈ প্ৰধান অংশ অনন্তঃ উপস্থিত হবলৈ আমাৰ আবশ্যক। নিৰ্দিষ্ট স্বাধীন পৰ্বদিনত মিচ্চা শুনিব পৰাটো প্ৰধান শিক্ষক বিলাকৰ কৰ্তব্য কাম। সাত বছৰৰ পৰা সকলোৰে খ্ৰীষ্টিযান মিচ্চা শুনিবলৈ বাধিত। পিতৃ মাতৃৰ অসাবধান- তাৰ দ্বাৰা সন্তানে মিচ্চা শুনিলে তেওঁবিলাকৰ আত্মা মাৰু পাপ। 1