পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ১৫ ) ) 65 9 প্ৰশ্ন :—কোনটো প্ৰথম গিৰ্জা উত্তৰ :-কাথলিক গিৰ্জাই প্ৰথম গিৰ্জা। তাই এতিয়া প্ৰায় ১৯০০ বছৰীয়া পুৰনি। তাই জেজেলমত আৰম্ভ হয়। যীচু খ্ৰীষ্টই তাইৰ স্থাপন কৰ্ত্তা। কাথলিক গিৰ্জাত কৈ পুৰণি গিৰ্জা আৰু পুৰণি সমাজ নাই। তাইক “কাথলিক” বোলা যায় , (“সকলো ঠাইতে ") কিয়নো খ্ৰীষ্টৰ গিৰ্জা এখন ঠাইৰ গিৰ্জা নহ্য; গোটেই পৃথিবীব। আজি কালি

তোমালোকে কাথলিক বিলাকক প্ৰত্যেক দেশতে বিয়পি পৰা দেখি; তোমালোকে প্ৰত্যেক দিনাই কাথলিক গিজা সংখ্যাত আৰু বলত উঠি অহা দেখিবা। সিহত প্ৰায় ৪০০ কোটি। যদিও সিহ তে প্ৰত্যেক ঠাই আৰু প্ৰত্যেক ভাষা গ্ৰহণ কৰিছে, তথাপি সিং ও সকলে একেমতেৰে একেটা। সিহঁতে একেটাকে বিশ্বাস কৰে; সিহতৰ একেটা চাক্ৰামেন্ট; সিহতে একেটা ভেৰাৰখীযাপ’পক মানি চলে। কাথলিক গিগাই প্ৰথম, তাইয়েই ভেটি। আন সকলো বিলাক সমাজ একেল গাৰ পৰাই কটা ঠাল। সিহজ নতুন-আমি সিক্ত সিহঁত জেজেলমত আৰম্ভ হোৱা নাছিল বা স্বীচু খ্ৰীষ্টই ও সজা নাছিল।