পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

} ( ১৭ ) অমনযোগী শৰীৰেৰে উপস্থিত হোৱাটো যথেষ্ট নহয়। যি সময়ত ফাদাৰে বেদিৰ ওপৰত কৰে, ইয়াৰ বিষয়ত চিন্তা কৰি প্ৰাৰ্থনা কৰিব লাগে। এই সময়ত আমি দৈনিক প্ৰাৰ্থনা, জপমালা কৰা বা আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ দুখ ভোগৰ বিষয়ত চিন্তা-ধ্যান কৰা খুব ভাল। আমাৰ ব্যৱহাৰ আৰু আচৰণ সম্মানজনক আৰু মনোযোগী হোবা আৱশ্যক। কথা কবলৈ, হাহিবলৈ, খাবলৈ শুবলৈ আৰু ইচ্ছামত অমনোযোগত এই সকলো পাপ। দাস্য কাম কৰিব নোৱাৰে, যি কাব্য কৰিবলৈ বিশেষকৈ শৰীৰৰ কাম কৰা যায় সেযে দাস্য কাব্য। মনৰ কাম নিষিদ্ধ নহয়। নিষ্পাপী খেল, ধেমালি আমোদ কৰিবলৈ অনুমতি দিয়া যায়। প্ৰাৰ্থনাৰ নিমিত্তে, পবিত্ৰ চাক্ৰামেট গ্ৰহণ কৰাৰ বাবে, ভাল পঢ়িবলৈ ইয়াৰ নিমিত্তে বিশেষৰূপে শৰীৰক জিৰনি দিয়া যায়। এই দেখি আমি যদি ভাল উপদেশ শুনো আৰু পবিত্ৰ চা কামেণ্টৰ আশীবাদ দিযা সমযত উপস্থিত হব পাৰে। ভাল হব। নিজ সন্তান বিলাকক উপদেশ শুনিবলৈ পঢ়াটোৱেই পিতৃ মাতৃৰ কৰ্তব্য কাম। পাদ্ৰিবিলাকৰ কাৰ্য আৰু বিশ্বাসী বিলাকৰ শিক্ষা, যি বিাকে ইয়াৰ এটাও উপদেশ মুশুনে সিং ৰ বিচাৰ 1 জ্ঞানী লোকৰ মহত্ব যদি তুমি বহুত দিন সুখেৰে ভৰাই থাকিবলৈ ইচ্ছ। কৰা, তেখে সদাই মানুহ আৰু ঈশ্বৰেৰে শান্তিত থাকিব। যদি তুমি তোমাৰ অভাৱৰ সময়ত আনৰ পৰা সহায়, বিচাৰ, সিহঁতক আগতে সিহঁতৰ অভাৱত সহায় কৰি থব। যদি তোমাক ভালকৈ শুবলৈ লাগে, তেন্তে তুমি সদাই তোমাৰ হৃদয় পৰিষ্কাৰ আৰু পাপ শুন্য কৰি ৰাখিব। যদি তোমাক ভালকৈ মৰিবলৈ লাগে, তেন্তে তুমি ভালদৰে জীৱাই থাকিবলৈ চেষ্টা কৰিব লাগে।