পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( 14 ) কৰাৰ কথা শুনি চহকী তিতা জনীয়ে মৰমেৰে কলে মোৰ লগত আহা, মোৰ লৰা নাইতুমিয়েই মোৰ পুত্ৰ স্বৰূপ হবা ও ময় তোমাৰ সু মাতৃ হম "। তুমি ভাবি চোৱা, সেই চহকী তিৰুতা জনীৰ লগত যাবলৈ ও লগত থাকিবলৈ জনে কিমান আনন্দ পাইছিল। তাইৰ ঘৰত তেওঁ যি বিছাৰি ছিল, তাকে পাইছিল, যেতিয়া চহকী তিৰুজনী ঢুকাল তাইৰ অনেক সম্পতি পাই জন অতি ধনী ও সুখী লোক হল। কিন্তু তেওঁ সদায় দুখীয়াক পুতৌ কৰিছিল ও কেতিয়াও ভিক্ষা দিবলৈকো পিছ নাোেেহাকছিল। এই গল্পটোৰ পৰা আমি শিক্ষা কৰা উচিত যে আমি সদায় দৰিদ্ৰক ও ৰুগীয়াক পুতৌ কৰিলেহে নিশ্চয় ঈশ্বৰেও আমাক কিবা ভক্তিৰ পুৰ গাৰ দিব। “প্ৰশ্নোত্তৰ” খ ‘মণ্ডলীৰ বিষয়। প্ৰশ্ন : সকলো বিলাক খ্ৰীষ্টিয়ন সমাজ একে নে? উত্তৰ নহয়, সিহত একে নহয়! যীচুলে কেৱল এটা গিজা সাজি ছিল। তেওঁ পেতাৰক কৈছিল, “ এই শিলৰ ওপৰত মই মোৰ গিৰ্জা 1 স্থাপন কৰিম।” ( মোট ১৬-১৮) তেওঁ গিৰ্জা বিলাক বুলি নকৈ গিৰ্জা বুলিহে কৈছিল। ইয়াৰ দ্বাৰা আমাক তেওঁৰ গিৰ্জা কেৱল এটা বুলিহে বুজাইছে। নতুন নিয়মে আমাক অনেক ঠাইত একেটাকেই শিকাইছে; (১ কোৰ ১০•১৭ এফ ৪-৪) আৰু প্ৰত্যেকেই, যি খ্ৰীষ্টৰ এটা গিৰ্জাৰ পৰা আঁতৰি যায়, পাপ কৰে (তিত ৩-১০)। এই পাপৰ কাৰণ হৈছে, যি তাইক এৰি আন বাটেদি যায় আৰু খ্ৰীষ্টৰ প্ৰকৃত শিক্ষা এৰে (১ তিম ৩-১৫)। আমি এতিয়াও যি তাইক ভূল বুলি তাইৰ শিক্ষা নেমানে সেই বিলাকৰ সৈতে মিলা উচিত নহয় (২ যহন ১০! গেলাট ১-৮)। ক্ৰমান্নয়ে এইটো পৰিস্কাৰ হৈছে যে, সকলে বিলাক সমাজ একে নহয়, কিন্তু খ্ৰীষ্টৰ গিৰ্জা কেৱল এটা আৰু আমি ইয়াৰ পৰা আঁতৰি যোৱা ! উচিত নয়।