( ১৩ ) এটা সজ কামৰ পুৰস্কাৰ এজন মাউৰা লৰা। তেওঁৰ প্ৰতি পালনৰ নিমিতে কেবল দায়েক এজন আছিল। তেওঁৰ নিচেই কালতে পিতৃ মাতৃ ঢুকায। তেওঁৰ দদাযেক এজন বৰ নিৰ স্বৰৰ লোক আছিল, মাজে সময়ে জনৰ প্ৰতি বৰ নিষ্ঠুৰ ব্যবৰ কৰিছিল। ঈশ্বৰ যে সকলোৰে পিতৃ এই কথাষাৰ মনত ৰাখি দুখীয়া লৰা জনে সকলো দুখ পাহৰি সহি সৰু আছিল। বাস্তবিকে, জন এজন বৰ সজলৰ আছিল। তেওঁ সদায় অতি পুৱাতে উঠি নিজক পৰিষ্কাৰ কৰি গিৰ্জালৈ প্ৰাৰ্থনা কৰিবলৈ গৈছিল। এদিন যেতিয়া তেও গিৰ্জাৰ পৰা ওলায় আহিছে, এনে সময়তে তেওঁ আলিৰ ওপৰত এটি সিকি পৰি থকা দেখা পাই অতি আনন্দেৰে বুটলি নিজকে কলে বাৰু কিছুমান মিঠায় ও ফলমূল কিনি আননগৈ, কাৰণ বহুত দিন হল মিঠায় ও ফলমূলৰ সোৱাদ পোৱা নাই এই বুলি পোনেই বজাৰলৈ গল। তেওঁ যেতিয়া মিঠায় কিনিবলৈ ধৰিছিল, এনে সময়তে এজন লেঙেৰ। মগনীয়াই তেওঁৰ ওচৰলৈ আহি হাত পাত জনে অলপ পৰ ৰই ও মিঠায় বোৰলৈকো একেৰাহে চাই মগনীয়াৰ হাতত সেই সিকিটো দি কলে- দুখীয়া মানুহ, তুমি নিশ্চয় বৰ ভোত আছ।'এই মোৰ যি আছে তাকে লোৱা। কিন্তু এই লৰাজনৰ সজ কামটা এজনী চহকী তিৰুতই দেখা পাই তেওঁৰ ওচৰলৈ আহি পোৰা মই ও দায়কে তেওঁৰ প্ৰতি কুব্যৱহাৰ
পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১৫৩
অৱয়ব