পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ১৪ ) আমোদ প্ৰমোব্দ আৰু জীবন মোত কৈ ভাল পোৱা তেন্তে তুমি মোৰ শিষ্য নহয়। তুমি যদি মোৰ কাৰণে জীৱন দিয়া, তেনে তুমি অনন্ত জীৱন পাব। কিন্তু, বহুত মানুহে মহা গুৰু যীশুক নেমানে সিহঁতে পৃথিবীৰ চয়তান মানে আৰু অন্ত নোহোৱা ধ্বংশলৈ নিয়া ডাঙ্গৰ বাট টোৱেদি যায়। যেতিয়া সিহত কত পৰে, তেতিয়া সিহতে সিহতৰ মূখামি বুজি পায়। সিহঁতে অনুতাপ কৰে; কিন্তু এতিয়া বৰ দেৰি হ'ল, সময পাৰ হ'ল। নৰ্কৰ দুৱাৰ চিৰকালৈ বন্ধ হ’ল আৰু কোনেও যাতনাৰ সেই ঠাইৰ পৰা বাহিৰলৈ আহিব নোৱাৰে। তেন্তে এতিয়াও আমাৰ সময় আছে, আমি অনন্ত জীৱনলৈ নিয যীচুৰ সেই বাটটোৰেদি খোজ কঢ়িবলৈ আমাৰ মনক উন্নত কৰ আহা। বীৰ লৰ। দাবিদ ৪০ বছৰৰ পাচত ইজায়েল সন্তান বিলাকে কানাযন সোমাই দেশ অধিকাৰ কৰিলে। অনুমান ৫ শতাব্দিৰ পাচত বৈৎহেলেমত এজন মানুহ আছিল। তেওঁৰ সাঙ্গপুৰ। সৰ্ব কনিষ্ঠৰ নাম দাবি, সি বাপেকৰ মেৰ পাল