পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮০
অসমীয়া সাহিত্যৰ চানেকি।

আৰা গেলাইক বান্ধো।
খৰা গোলাইক বান্ধো॥
জজা গোলাইক বান্ধো।
মাটিয়া গোলাইক বান্ধো॥
বেঙ্গা গোলাইক বান্ধো।
কোঙ্গা গোলাইক বান্ধো॥
সুকিলা গোলাইক বান্ধো।
ডাকু গোলাইক বান্ধো॥
ববৰা গোলাইক বান্ধো।
অতলা গোলাইক বান্ধো॥
কালা গোলাইক বান্ধো।
মমৰ গোলাইক বান্ধো॥
গাওঁৰা গোলাইক বান্ধো।
জপৰা গেলাইক বান্ধো॥
শেল গোলাইক বান্ধো।
অখলা গোলাইক বান্ধো॥
কলিয়া গোলাইক বান্ধো।
পিপৰা গোলাইক বান্ধো॥
হেজা গোলাইক বান্ধো।
ধনন্ধ বিৰোক বান্ধো॥
মায়ান্ধ বিৰোক বান্ধো।
অধিবান্ধ বিৰোক বান্ধো॥
চণ্ডন্ধ বিৰোক বান্ধো।
অঙ্গিৰান্ধ বিৰোক বান্ধো॥
বানন্ধ বিৰোক বান্ধো।
চৰ্ব্বিসন্ধ বিৰোক বান্ধো॥
একে সৰি কৰি তাক পক্ষিৰাজে বান্ধিলা চপাই