পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গাঁৱলীয়া গীত। পিড় পাৰি দিলে, পাও পলিলে দুলিৰে মছিলে ভৰি। খাবলৈ দিলেহি, চিৰা মথা দৈ মজিয়াত খৰধৰ কৰি। থাই বৈ কোৰে, মুহুদি কৰিলে, পাটীদৈৰ ধৰতে বহি। ফুলৰে কৰণি, • আগতলৈ মালিনী গাথিছে মালা ৰূপহী। কালৈ নো গুখিছ, ফুলে আই মালিনী, | কালৈ নে গুখিছা ফুল। খোপালৈ এবাৰী ডিজিৰ তিনি ধাৰী পিন্ধোতাৰ মেজানে কুল। বকুলৰ এবাৰী, টগৰ তিনি ধাৰী মালতীৰ এৰী সিম। নিপতি বজাৰে | আলাসৰ জীয়ৰী, ধনেপাচেতুলীক দিম। ততাকে বুলি যাও দিজাই আই মালিনী, তোৰে মোৰে একেটা জিষ্ট। হুৱা মহুৱা, | নাতি কুমলীয়া, এষাৰি মলাকে দিও। ধনেপাঁচতুলীক, দিবি আই মালিনী ফুলতে ফুল দি সিও। এই মহুৱা, | নাতি কুমলীয় | এখাৰী মলাকে দিও। কি কৱ নাতি ঐ ঠামুৱা কোন ঐ কি কৈননা গুখিৰি ফুল। নিপতি জাৰে, জানিব পাৰিলে, তেৰে মোৰে একে ডাল শূল।