পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

| জীয়াৰী ৰোৱাৰী অসমীয়া সাহিত্যৰ চানেকি। চোতালৰ আগৰে গোলাপ ফুলে সুপি | গোন্ধতে আমোল সোল কৰে। মালিনীক দেখি সৰে খিলি খিলি হাঁহে। ইফালে সিফালে চাওঁতে চিতোতে | পৰিল কোঞৰত চকু। দেওনে মৰ্নিচ বুজিব নোৱাৰি ললে কোৰত আঁটু। মোৰ নাও মালিনী | দিলাই শাঁখিনী ফুলনি পৰিছিল জয়। তোমাৰ চাতে পাই। উঠিল ঠন ধৰি কিনো ভাইগ কৰিলে। মই। কিন দি সুধিম মই দিজাই শাঁখিনী কিনে দি সুধিমে মই। কোন পোৱ তাৰ বুক জুৰ কৰিলা কাৰ পাপ কৰিলা গল্প। কোনন গোসাঞে এনে হেন কৰি সঁচতে মাৰিলে তোক। যতে চকু দিয়া • ততে চকু ৰয়, গুচি যায় পিয়াহে ভোক। দেও নহঁও মই, জানৱ নহঁও মই | নহও মই সৰগৰ তৰা। হও নৰে অনিচ, নাও ফুল কোণ, আহিছে এদেশৰ পৰা। তোক নো বুলি যাও, দিজাই মালিনী সমত বুলি খাও আই। পেটে আঁতে লাগি, মাতিৰ নোৱাৰে। তিনি সাৰ পেটত জাত নাই?