পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া সাহ্যিক চানেকি। তোক বুলি খাঁও বিজাই মালিনী | সমন্ধত বুলি যাও পাই। এখাৰ লাকে, গুখিব খুজিছে। পাঁচতুলীৰ খোপালৈ চাই। .ঢাপৰ কাণ কটা সি আই মালিনী, ঢাপৰ কাণকটা সিন্ধু। সেই মলা ধৰিী, • দিবা পাঁচতুলী, খোপাতে খাই যাৰ বিজু। | পিছলি পৰিবৰ কঁহী আই মালিনী বাগৰি পৰিবৰ কঁাহী। এই ধাৰী মলাকে দিবা পাঁচতুলীক মিচিকাই পেলাৰ হাঁহি। ফুলকে বিলে। | ফুলতে লিখিলে, ফুলতে বাতৰি দিলে। দিজাই মালিনীয়ে, গুথি থাকোতেই কোৰে কৰণতি বলে। মালা লৈ মালিনী, গল নগৰলৈ | চাপিল পাঁচেতুলীৰ পাশ। জেটিলে কৰণি আঁঠুলৈ মালিনী চৌক্তিতি ফুলৰে বাস। কান দিন মাল | এবাৰী দুধাৰী | ফুলকো গোঙ্কপ নাই। আজি কে মালিনী ফুলৰে কৰণি | গোঙ্কতে আমোল সোলাই। এচিলি চুবুৰি বাটত হল দূৰৰি নদীয়ে এড়িলে কুল। তোকে বুলি যাও। | মিজাই মালিনী | কোনে গুখিছিল ফুল।