পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া সাহিত্যৰ চানেকি। বল শুনিছে, . বোপাই মণিকো, চকুৰে নেপালো দেখি। বোপই লৈ গল, শুকুলা হাতীয়ে, | পাতে আপোন দেশত ৰা। আইক লৈ গল সাউদৰ মুদৈ, থাকে নাও গত পজা।। পোৱালী হাতীৰে গুড়। সেই নো কথা শুনি কাৰ্টন কুৰীয়ে, | তললৈ কৰিলে মু। ভেকুৰী নোখেকে থোক। বাপেৰ নৰকীয়ে, ইয়াতে এভিল মাউৰা কৰিলে তোক। ফুলতে মাউৰা হলি ফুলে কোৰ | কি খুৱাই তুমি তোক। তৰুণ হট পাতিলো, বেহাৰলৈ নেপালে, | বিধতায় দড়িলে মোক। চএ খাব ধান মোৰ বেপাই উফৰি পৰিবৰ কণ। আতি চেনেহৰ বড়কলা নগৰত গজিছে দুবৰি বন। সেইনো যে বুলিয়ে। | কাৰ্টন কুৰী, মুখতে ফুৰালে হাত। মুৰত হাত দিএ কান্দিব ধৰিলে, চকুএ নেদেখে বাট। হাই দি তুলিবৰ লাই। কালৰ কথা আহি মনত পড়ি, দুখ যে নকৰা আই।