পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গালী গীভ। (ক) ফুল কোঞ। মাহৰ কুমলীয়া শল। দিন দুপৰিয়া, | মাউলা কোষে বুঢ়ীমাকৰ গুৰিলৈ গল। পোৱালী হাতীৰে গুড়। বুঢ়ীমাকৰ গুৰিতে, বহি ফুল কোৰ, তললৈ কৰিলে মূৰ। কি খড়ি লুৰিব চোৱা। কেহেলৈ কাছি। | নাতি কুমলীয়া দুখৰে বাতৰি কোৱা। কিছু দৰে ভয়ে, | বুঢ়ীযে মাকে নামাতি আছিলে চাই। নুইতে উজালে, | দিহীতে ভটিয়াই, নিৰ্ম্মল ডুবিতে যায়। মনেকৈ উজালে, চিতেকৈ ভটিয়াই, | দুখৰে বাতৰি কথা। কিননা লৈয়ে বাম, কিনো শুনি যাবি মনতে লাগিব বেথা। লাইনো মোৰ আহিলে, ধনে পাঁচতুলি, | টেপাই মালিনীৰে নাতি। গৰ কাপোৰ, ঘিণত নিপিছিলো, এতিয়া ফটা লাং পাঠি।