পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫৭ গাৱলীয়া গীত। বোপাইক নেদেশি গাকে মুহুৰাই, , গাতে লাগিছে জুই। কিমান কলীয়া হওঁনো বুঢ়ী আই | কিমান কলীয়া হওঁ। বোপাইকে নেদেখি, গাকে মুজুৰাই | কাটিলৈ ভটিয়াই যাওঁ। উজাই চৰিবৰে, শিহুকৈ ঘড়িয়াল ভটিয়াই চৰিবৰ গেই। দুখৰ কথা কৈ, ফুলৰ কোৰে, | বুঢ়ীমাকক ললে আই। লাফ মাৰি আনিলে, ডেফ গছৰ তামোল, | মৈ পাৰি আনিলে পান। মূৰৰ ছুলী ছিঙ্গি, | আশীৰ্বাদ কৰিলে, তোৰ যেন ইওক কইলান। কমাৰে সানিলে । | লোহাৰ শল মাছ, | কামি কাটি খুৱালে কাঠি। ডিজিৰ হাইঠা মণি, চকুত খুৱালে, নেগুৰ মাৰিলে স্থাটি। জাপ মাৰি উঠি, বাঢ়ৈ কণ কৰি, | পুখুৰীত পৰিল গৈ। দেও মাৰি গল, লেহ পল মাছ পোনাও মেলিলে গৈ ও দেৱে যে মানিছে বুঢ়া ৰিচুৰম, নৰ মনিচলৈফি। বামূৈৰিছে, | বুঢ়া বিচুম ওকাণ পঠাগুড়ি দি।