পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া সাহিত্যৰ অধ্যয়ন

96 অসমীয়া সাহিত্যৰ অধ্যয়ন সাহিত্যৰ সৌন্দৰ্যৰ ফালৰ পৰা এই গীতবোৰ সদায় এনে অনুপম। তাৰ বিচিত্ৰ কল্পনাত "সোণৰে চকৰী, উৰে জাকি মাৰি, ৰূপৰে দুখনি পাখি।” ইয়াৰ ভাব আৰু ভাষা আই অহা পানী-চ’ৰাৰ দৰেই, 'সোণৰ নাৱেখনি, ৰূপৰ বঠাড়ালি, বইছাই আনিছে বাই! সবং কি, প্ৰতি ফাকি নামেই আইব অনুৰূপ—"চৰাই হালধীয়া, আই বিনন্দীয়া, উপমা দিবলৈ নাই।” ইয়াৰ ভিতৰতে, সৰ্ব্বাঙ্গসুন্দৰ হৈছে “আনন্দে মোহন বংশী বজাই” গ্ৰীকৃষ্ণ তীব ঘবলৈ যোৱা গীতটি। আনন্দে মোহন বংশী বজাই। গৈল গোবিন্দ তঁাষ্ঠীৰ ঠাই। দূৰতে দেখিয়া ঔাতীয়ে হাসে। বিননৰ কানাই মোৰ গৃহে আসে। যাক দৰশনে বৈকুণ্ঠে বাসা। হেন হৰি মোৰ গৃহক আসা॥ ভাগ্যেসে সেয়া কৰিব পালে, কোটি কোটি জন্ম সাল কৈলে॥ হুবিধ হুয়া বোমাঞ্চিত কয়। সুবৰ্ণ আসন দিলা বঢ়াই। সাৰে বৰ ভূপৰ আনি। ধুৱাইল প্ৰস্তুৰ পাৰ দুখানি॥ পাদোদক জল শিষত লই। সোধহু কথা কৃতাঞ্জলি হৈ॥..... কাফেঁসে তোহোক ফুৰে। বিচাৰি। ভ্ৰমন্তে গোৱালে। বৰি চাৰি। যৈতে যৈতে চাহি ফুৰিলোঁ। মই। কহে। সবিশেষ প্ৰনিবি তুই। পিত পিত কৰি স্বৰ্গত চালে॥ তথাপি হোছাক লাগ নাপালে॥ সাতে বৈকুণ্ঠত মুৰিলে চাই! ভৈলে। বিয়াকুল তোক নাপাই॥ যম-পুবে আছে যতেক লোক। যমে আনি দিলে সকলো মোক। তাহাতে চাহিয়া নপাইলে। তঁাতী। মনে বিয়াকুল লাগিল আতি। পাছে বলিজ সভাক গৈলে॥ বলিব মুখে অৱগত ভৈলে॥ জানিয়া বলি কহিবাক লৈল॥ সেহি তাঁখী প্ৰভু পৃথিবী গৈলা। তাতেসে আসিলে তোমাৰ ঠাই। পঠায়া আছে মোক বাধিকাই॥ শুনহ তাতী, কহে তোৰ আগে। ৰাধিকাৰ নিমিত্তে কাপোৰ লগে | তাতীয়ে বোলে কৰযোৰ কৰি। কহিও প্ৰভু বৈবো কেন কবি। কেছুৱা কাপোৰ কেৱা ঠান। কলেহে বুজি পাম পৰমাণ। কৈত কিবা ফুল বাচিব লাগে। কহিও প্ৰভু তাক ভাগে ভাগে | শুনিয়া হৰি বোলে হা কৰি। কহেঁ। কথা লৈবা হৃদয়ে ধৰি। বীৰ্ষে শৈবা ভুখি তিনি তেতেক। দুকাঠি এছাত প্ৰস্থে হৈবে।