পৃষ্ঠা:অসমীয়া আদি পাঠ.djvu/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অসমীয়া আদি পাঠ ।

অগ্নি বোলা যায়, বহ্নিও বোলা যায়। অগ্নিয়ে সকলোকে পোৰে। আইয়ে নিতৌ স্নান কৰি জগন্নাথৰ নাম লয়। তেওঁ নিজ হাতে অন্ন সিজাই আমাক খাবলৈ দিয়ে। সিদিনা আমাক পৰমান্ন দিছিল। তেওঁৰ স্নেহ আৰু যত্নৰ কথা কৈ শেষ কৰিব নোৱাৰি। তেওঁক কোনো কথাৰ প্ৰশ্ন কৰিলে কয়, বোপা, পুথি পঢ়া; পুথিত সকলো কথা জানিবলৈ পাবা।

ম ফলা । ম =

ক্ ম ক্ম ; ল্ ম ল্ম ; হ্ ম হ্ম ।

পদ্ম   জন্ম   ভস্ম   ৰশ্মি
ৰুক্মিনী   লক্ষ্মী   ব্ৰাহ্মণ   মহাত্মা