পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১১৭ )

তোমাক উপদশ দিয়ক, ধৈৰ্য্যতায় কুমতিক দমন কৰক, ন্যায্যতায় তোমাৰ হাতক চলাওক, দয়াই তোমাৰ চিত্তক উৎসাহ দিয়ক, আরু পৰমেশ্বৰৰ প্ৰতি কৃতজ্ঞতাই তোমাক ধৰ্ম্ম নিষ্ঠা কৰক। এই বোৰে তোমাক ইহকালতো সুখ দিৰ আরু পৰকালতো ঈশ্বৰৰ ঠাইলৈ নিব, যত অনন্ত সুখ পাবা।

"THE SUPREME RULES OF THE WORLD."

“জগতৰ সৰ্ব্ব শ্ৰেষ্ঠ শাসন কৰ্ত্তা।”

 মনুষ্যেৰে ভৰি থাকা অনেক ৰাজ্য, দেশ, দ্বীপ, আরু উপদ্বীপেৰে এই পৃথিবী খন, তাৰ শাসন কৰ্ত্তা ঈশ্বৰ। হাঁফলুত যেনেকৈ গুৰী পরুৱা থাকে মনুষ্যেও তেনেকৈ পৃথিবীৰ ওপৰত একেলগে বাস কৰে।

 কেত বোৰ মানুহে বজাৰৰ পৰা ৰক্ষা পাবলৈ শৰীৰক পশুৰ চালেৰে আবৰণ কৰে, কেতবোৰে গ্ৰীষ্ম ঠা্ই‌ত ৰদ সহে কেতবোৰে দ্ৰাক্ষাৰস,কেতবোৰে বা নাৰিকলৰ ভিতৰৰ সোৱাদ গাখিৰ খায়, আৰু কেতোবোৰে নদীৰ পানি খাই পিয়াহ নিবাৰণ কৰে।

 সকলোৱে ঈশ্বৰৰ বংসৰ নিচিনা; গৰখিয়াই জেনকৈ তাৰ পালৰ গরু চিনে, তেনেকৈ ঈশ্বৰেও আমাক সক লোক চিনে মনুষ্য সকলে তেঁওক নানা ভাষাৰে আৰাধনা