এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- স্থলত বাস কৰা পশু-পক্ষীৰ মাংস গছ-গছনিৰ মাজত, নদীৰ ওচৰত ফুৰা-
খাব লাগে। চকাকৰিব লাগে। ১ ঘি, গাখীৰ আৰু শালী চাউলৰ অন্ন * যৌন-সম্ভোগৰ পৰা বিৰত থাকিলে গ্ৰহণ কৰিব লাগে।
- মদ্য জাতীয় যিকোনাে খাদ্য সামগ্রী বর্ষা ঋতুঃ
বর্জন কৰিব লাগে।
- বর্ষা ঋতুমন্দাগ্নি হৈবদ হজম হয় আৰু
- টেঙা ৰস, দৈ, পঞ্চসাৰ (আঙুৰ,
তাৰ বাবে পিত্তৰ সঞ্চয় হয়। মধুক, পাৰুষক, কপূৰৰ পৰা বনােৱা আহাৰঃ জলীয় দ্রব্য) খাব লাগে।
- শালি চাউলৰ ভাত, বিভিন্ন সেউজীয়া
- ঠাণ্ডা পানী পান কৰিব লাগে লগতে
শাক-পাচলি, মৌ আৰু অন্যান্য কপূৰ আদিসুগন্ধিদ্রব্য মিহলাব লাগে। সহজে পাচন হােৱা খাদ্য লগতে
- ৰাতি গাখীৰৰ সৈতে চেনী বা মিচিৰি পানী বিশুদ্ধ কৰি খাব লাগে।
মিহলাই খাব লাগে।
- টেঙা, লৱণ ৰস আৰু স্নেহযুক্ত খাদ্য
খাব লাগে যিয়ে বাতদোষ প্রশমন
- বার্লি, ঘেহু, বিভিন্ন ফলৰ ৰস আদি
খাব লাগে, যিয়ে জঠৰাগ্নিবৃদ্ধি কৰে।
- আসৱ আৰু অৰিষ্ট আদি মৌৰ লগত
খাব লাগে। ঔষধিযুক্ত মদ্য সেৱন স্বাস্থ্যৰ পক্ষে ক্ষতি কাৰক নহয়। দিনত শুৱনালাগে। অত্যাধিক ব্যায়াম কৰিব নালাগে। চিকিৎসা - ৰােগ অনুসাৰে পঞ্চকর্ম চিকিৎসা (বমন, বিৰেচন, নস্য, নিৰুহ আৰু আস্থাপন বক্তি) কৰিব লাগে। বিহাৰঃ
- আবেলি ঠাণ্ডা কোঠাত থাকিব লাগে।
- ৰাতি চন্দ্ৰৰ পােহৰত শৰীৰ নির্মল
কৰিব লাগে।
- চন্দনযুক্ত পাউদাৰ বা অন্যান্য সুগন্ধী
গাত লব লাগে আৰু মূৰত তেল। লগাব লাগে। শৰৎঋতুঃ
- এই কালত পিত্তৰ প্রকোপ হয় আৰু
হজম শক্তি স্বাভাৱিক অৱস্থাত থাকে। নিম্নলিখিত আহাৰ-বিহাৰ প্রয়ােজনীয়। ১৪)