পৃষ্ঠা:Su swasthyar aadhar.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আহাৰঃ পৰিচ্ছদ শৃংখলতাৰে পিন্ধা আদি বিষয়ক

  • পিত্ত প্রশমক খাদ্য খাব লাগে।

বুজা যায়। ইয়াৰ বিষদ বিৱৰণ দিনচর্যাত পােৱা যায়। ঠিক তেনেদৰে সমাজৰ

  • মধুৰ, লঘু, শীত, তিতা ৰসৰ খাদ্য খাব

লগত মিলা-প্ৰীতিৰে চলা, সমাজৰ লাগে। উন্নতিৰ হকে কাম কৰা, মানুহৰ প্রতি

  • তৈল অথবা স্নেহযুক্ত দ্ৰৱ্য, মাংস, দৈ সহানুভূতি, দয়া, অনুকম্পা, প্রদর্শন কৰা

দিনত খােৱাবর্জনীয়। আদি বিষয়বােৰ সামাজিক স্বস্থবৃত্তৰ

  • কুঁহিয়াৰ ৰস, সেউজীয়া মটৰ, (Social Hygiene) অন্তর্গত। স্বাস্থ্যৰক্ষাৰ

আমলখি, মৌ, স্থলভাগত বাস কৰা আন এটা বিষয় হ’ল মানসিক স্বস্থবৃত্ত পশু-পক্ষীৰ মাংস খাব লাগে। (Mental Hygiene) অর্থাৎ মন, আত্মা

  • ক্ষীৰ, দৈ আৰু মদ্য জাতীয় দ্রব্য খাব

আৰু ইন্দ্ৰিয়ৰ প্রসন্নতা অক্ষুন্ন ৰখা। নালাগে। শৰীৰ আৰু মন উভয়কে প্রভাৱিত চিকিৎসা - তিক্ত ৰসযুক্ত খাদ্য, ৰাখিবলৈ হলে কিছু নীতি-নিয়মৰ ক্ষীৰ আৰু স্নেহযুক্ত খাদ্য সেৱন কৰিব আৱশ্যক। মন আৰু শৰীৰৰ ক্রিয়াসমূহ স্বাভাৱিকভাৱে থাকিবলৈ হলে লাগিব লাগে। স্বনিয়ন্ত্রণ। উপযুক্ত পৰিস্থিতি আৰু সবৃত্তআৰুস্বস্থবৃত্ত ও পৰিৱেশ, সদবৃত্ত সাধনৰ হেতু আৰু সদবৃত্ত বুলিলে সদ আচৰণ যােগশাস্ত্ৰত থকা যম-নিয়ম পালনীয় অর্থাৎ শাৰীৰিক, মানসিক আৰু বিষয়। কাম, ক্রোধ, ভয়, ঈর্ষা, মােহ, হর্ষ, আধ্যাত্মিকভাৱে স্বাভাৱিক স্বাস্থ্য বর্তাই লােভ, শােক, চিন্তা আদিমনৰ বিকাৰ, ইয়াৰ ৰাখিবলৈ পালন কৰি অহা নীতি-নিয়ম, উৎপত্তিৰ উৎস সমূহৰপৰা নিজক আতৰাই সজ অভ্যাস, সঠিক আহাৰ বিহাৰ ৰখা, মনৰ সৈতে ৰজঃ আৰুতম গুণৰ প্রবৃত্ত আদিকেই বুজা যায়। নােহােৱা আদিয়ে মানসিক স্বাস্থ্য অটুত স্বস্থবৃত্ত বুলিলে শৰীৰৰ স্বাস্থ্য ৰখাৰ উপায় বা ব্যৱস্থা। আয়ুর্বেদ শাস্ত্রত স্বাভাৱিকভাৱে চলাই নিবলৈ আয়ুর্বেদিক সংক্ষেপতে চৰক সংহিতাত সদবৃত্তক শাস্ত্ৰত দিনচৰ্য্যা, ৰাত্রিচর্যা তথা ঋতুচর্যা এনেদৰেবর্ণনাকৰিছে। পালন কৰা দৰকাৰ। ইয়াৰ উপৰিও আয়ুর্বেদ সংহিতাত উল্লেখকৰা সদবৃত্তঃ নিয়মিত আহাৰ বিহাৰ, বেগ ধাৰণ নকৰা ১। মানসিক সদবৃত্তঃ আদি ৰীতি নীতি সদ আচাৰ পালন কৰা আৰু স্বাস্থ্য ৰক্ষাৰ হিতে চলি অহা সকলাে কৰনীয় ও বিবেকৰদ্বাৰা কার্য সম্পন্ন প্রক্রিয়াকে স্বস্থবৃত্ত কোৱা হয়। কৰা, প্রসন্ন থকা, আনৰ প্রতি কঠোৰ বাক্য নিক্ষেপ নকৰা, ক্রোধ আৰু হিংসা ভাৱ এজন মানুহৰ ব্যক্তিক স্বস্থবৃত্ত দমন কৰি সংযমত থকা ইত্যাদি। বুলিলে (Personal Hygiene) নিজকে চাফ চিকুন কৰি ৰখা যেনে-ৰাতিপূৱা উঠি অকৰণীয় ও মনৰ চঞ্চলতা, ইন্দ্রিয় দাত মুখ পৰিস্কাৰ কৰা, গা-ধােৱা, পােছাক সমূহৰ অতিৰাগ, অযােগ আৰু মিথ্যাযােগ