পৃষ্ঠা:Su swasthyar aadhar.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  • স্থলত বাস কৰা পশু-পক্ষীৰ মাংস গছ-গছনিৰ মাজত, নদীৰ ওচৰত ফুৰা-

খাব লাগে। চকাকৰিব লাগে। ১ ঘি, গাখীৰ আৰু শালী চাউলৰ অন্ন * যৌন-সম্ভোগৰ পৰা বিৰত থাকিলে গ্ৰহণ কৰিব লাগে।

  • মদ্য জাতীয় যিকোনাে খাদ্য সামগ্রী বর্ষা ঋতুঃ

বর্জন কৰিব লাগে।

  • বর্ষা ঋতুমন্দাগ্নি হৈবদ হজম হয় আৰু
  • টেঙা ৰস, দৈ, পঞ্চসাৰ (আঙুৰ,

তাৰ বাবে পিত্তৰ সঞ্চয় হয়। মধুক, পাৰুষক, কপূৰৰ পৰা বনােৱা আহাৰঃ জলীয় দ্রব্য) খাব লাগে।

  • শালি চাউলৰ ভাত, বিভিন্ন সেউজীয়া
  • ঠাণ্ডা পানী পান কৰিব লাগে লগতে

শাক-পাচলি, মৌ আৰু অন্যান্য কপূৰ আদিসুগন্ধিদ্রব্য মিহলাব লাগে। সহজে পাচন হােৱা খাদ্য লগতে

  • ৰাতি গাখীৰৰ সৈতে চেনী বা মিচিৰি পানী বিশুদ্ধ কৰি খাব লাগে।

মিহলাই খাব লাগে।

  • টেঙা, লৱণ ৰস আৰু স্নেহযুক্ত খাদ্য

খাব লাগে যিয়ে বাতদোষ প্রশমন

  • বার্লি, ঘেহু, বিভিন্ন ফলৰ ৰস আদি

খাব লাগে, যিয়ে জঠৰাগ্নিবৃদ্ধি কৰে।

  • আসৱ আৰু অৰিষ্ট আদি মৌৰ লগত

খাব লাগে। ঔষধিযুক্ত মদ্য সেৱন স্বাস্থ্যৰ পক্ষে ক্ষতি কাৰক নহয়। দিনত শুৱনালাগে। অত্যাধিক ব্যায়াম কৰিব নালাগে। চিকিৎসা - ৰােগ অনুসাৰে পঞ্চকর্ম চিকিৎসা (বমন, বিৰেচন, নস্য, নিৰুহ আৰু আস্থাপন বক্তি) কৰিব লাগে। বিহাৰঃ

  • আবেলি ঠাণ্ডা কোঠাত থাকিব লাগে।
  • ৰাতি চন্দ্ৰৰ পােহৰত শৰীৰ নির্মল

কৰিব লাগে।

  • চন্দনযুক্ত পাউদাৰ বা অন্যান্য সুগন্ধী

গাত লব লাগে আৰু মূৰত তেল। লগাব লাগে। শৰৎঋতুঃ

  • এই কালত পিত্তৰ প্রকোপ হয় আৰু

হজম শক্তি স্বাভাৱিক অৱস্থাত থাকে। নিম্নলিখিত আহাৰ-বিহাৰ প্রয়ােজনীয়। ১৪)