ঋতুচৰ্যাৰপ্ৰাথমিক নীতি-নিয়মঃ কি ৰস খাব লাগে হেমন্ত শিশিৰ (শীত) বর্ষা মধুৰ টেঙা লৱণ গ্রীষ্ম মধুৰ মধুৰ,তিতাআৰুবেঁহা শৰৎআৰু বসন্ত শুকান আৰুঠাণ্ডা দ্রব্য শীত আৰু হেমন্ত| উষও গুণযুক্ত দ্ৰৱ্য হেমন্ত ঋতুৰ আহাৰঃ পানীত থকা জীৱৰ মাংস যেনে- মাছ ইত্যাদি, মধুৰ স্নিগ্ধ দ্রব্য, মৌ, গাখীৰ, কুঁহিয়াৰ ৰস আৰু কুঁহিয়াৰৰ পৰা তৈয়াৰী খাদ্যবস্তু সেৱন কৰা প্রয়ােজনীয়।
- মূৰ আৰুশৰীৰতমালিছ কৰিব লাগে।
- কেঁহা ৰসযুক্ত ঔষধৰ চূর্ণ প্রয়ােগৰ
দ্বাৰা গাৰ বেয়া গােন্ধ নাশ কৰাৰ পিছত গা ধুবলাগে। কুম কুম, অগৰু আদি সুগন্ধি দ্রব্য লব লাগে।
- পৰিষ্কাৰ কাপােৰ পিন্ধিব লাগে।
- ৰাতিপুৱা সূৰ্য্যৰ ৰশ্মিৰ উত্তাপ লব
লাগে, ইয়ে বিভিন্ন ৰােগ নাশ কৰে লগতে প্রাকৃতিকভাৱে ভিটামিন ডি শৰীৰে গ্ৰহণ কৰে। ৰােগ প্ৰতিৰােধৰ বাবে নিম্ন লিখিত আহাৰ-বিহাৰ গ্ৰহণ কৰিব লাগে। আহাৰঃ
- যৱ, ঘেহু, মৌ, স্থলভাগত বাস কৰা
পশু-পক্ষী আদিৰ মাংস খাব লাগে।
- আমৰ ৰস, আসৱ, অৰিষ্ট, ঔষধীযুক্ত
পানীয় আদিগ্ৰহন কৰিব লাগে।
- আদা, খদিৰ, মৌ আৰু মুষ্টকৰ ৰস
খাব লাগে। ১ টেঙা ৰস অধিক সেৱন কৰিবনালাগে আৰু ঠাণ্ডা দ্ৰৱ পৰিহাৰ কৰিব লাগে। বিহাৰঃ ব্যায়াম, উদবর্তন (Dry massage) কৰি গা-ধুই, কপুৰ, চন্দন, অগৰু কুমকুম আদি দ্রব্য ব্যৱহাৰ কৰি কফদোষৰ উপশম কৰি ব্যাধিৰ পৰা আঁতৰি থাকিব পাৰি।
- গান, সাধুকথা তথা ধর্ম শাস্ত্ৰৰ নীতি
কথা বা আখ্যান আদি শুনি মন ভাল কৰিব লাগে। ৫ দিনত শুৱ নালাগে। চিকিৎসা - বমন আৰু নস্য (Nasya) উপযুক্ত বিধি অনুসৰি কফ প্রধান ৰােগ প্রশমন কৰিব লাগে। গ্রীষ্ম ঋতুঃকফ প্রশমন আৰুবাতৰ সঞ্চয় হয়। উক্ত ঋতুত নিম্নলিখিত আহাৰ- বিহাৰ গ্ৰহণ কৰিব লাগে। শীত ঋতুঃ
- হেমন্ত ঋতুৰ দৰে একেই।
বসন্ত ঋতুঃ বসন্ত ঋতুত উদ্ভৱ হােৱা বিভিন্ন আহাৰঃ
- সদায় মধুৰ, ঠাণ্ডা তথা স্নিগ্ধ(তৈল বা
ঘৃতযুক্ত) দ্রব্য গ্রহণ কৰিব লাগে।
- শীতল পানীয় চেনীৰ সৈতে খাব লাগে।