পৃষ্ঠা:Su swasthyar aadhar.pdf/২৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(২) স্তনবৃন্ত ফাটি যােৱা আৰু পােৰণি প্ৰসৱৰ পিছত জনেন্দ্রীয়ৰ উপসর্গ (Cracked and sore nipple): সাধাৰণতে গাখীৰ খুওৱাৰ কৌশল (১) জনেন্দ্রীয়ৰ দ্বাৰৰ আঘাত ঃ প্ৰসৱৰ নজনা, চাফ-চিকুনতা বজাই নৰখা পিছত জনেন্দ্রীয়ৰ দ্বাৰ কম বেছি আৰু অনুজীৱৰ সংক্ৰমণ আদিৰ বাবে পৰিমানে ফাটি যায়। এই সমস্যাৰ বাবে এই সমস্যাৰ সৃষ্টি হ'ব পাৰে। পৰিস্কাৰ হােমিঅ'পেথিক ঔষধ আর্নিকা, পৰিচ্ছন্নতা বজাই ৰাখি কেষ্টৰ অইল, বেলিচ পেৰেনিচ, কেলেণ্ডুলা, গ্রেফাইটিচ, ফাইটলাক্কা, তানহিয়া, হাইপাৰিকাম, ষ্টেফিচেগ্রিয়া, হিপাৰ কেলেন্ডুলা, মেলানড্রিনাম আদি চালফ আদি ঔষধ ব্যৱহাৰ কৰা হয়। হােমিঅ'পেথিক ঔষধ ব্যৱহাৰ কৰিলে সুফল পােৱা যায়। (২) প্ৰাৱ বন্ধ হােৱা ঃ শিশুৰ জন্মৰ পিছত বিভিন্ন আঘাত আদিৰ বাবে সাধাৰণতে (৩) গাখীৰ কমি যােৱা (Deficient Lactation) ও মাতৃগৰাকীয়ে যদি মাতৃগৰাকীৰ প্ৰস্ৰাৱ বন্ধ হােৱা দেখা যায়। এই ক্ষেত্ৰত আর্নিকা, কষ্টিকাম, শিশুটোক উপযুক্ত পৰিমানে গাখীৰ একোনাইট ষ্টেফিচেগ্রিয়া আদি ঔষধ দিব নােৱাৰে, তেনেহ'লে গাখীৰ কমি ব্যৱহাৰ কৰি সুফল পােৱা যায়। যােৱা বুলি কোৱা হয়। এই ক্ষেত্ৰত কাৰণ সমূহ বিশ্লেষণ কৰি উপযুক্ত (৩) সুতিকা জ্বৰঃ পূর্বে উল্লেখ কৰা হৈছে। হােমিঅ'পেথিক ঔষধেৰে আৰােগ্য লাভ কৰিব পাৰি। এচাফিটিডা, আর্টিকা ইউৰেন্স, ৰেচিনাচ কোমিউনি, লেক কেন, মেদুচা, গেলেগা আদি।