পৃষ্ঠা:Su swasthyar aadhar.pdf/২৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাবলৈ উপযুক্তভাবে হােমিঅ'পেথিক চাইল্ডবেদ জ্বৰ বুলি কোৱা হয়। এই ক্ষেত্ৰত চিকিৎসা কৰিলে ইয়াৰপৰা হাত সাৰিব পৰা একোনাইট, বেলাড’না, পাইৰজেন, যায়। এই সমস্যাত ব্যৱহাৰ হােৱা ঔষধ সমূহ আর্ণিকা, আর্চ এলবাম, চিনিনাম চাল, হ’ল— চেবাইনা, চিকেলি কৰ, নাক্স ভমিকা আদি ঔষধ ব্যৱহাৰ কৰি চিমিচিধিউগা, ক্রোকাচ চেটাইভা, চেপিয়া, সুফল পােৱা যায়। হেলােনিয়াচ আদি। প্ৰসৱৰ পিছত মাতৃৰ যতন প্রসুতি অৱস্থাৰ উপসৰ্গ (Complication during labour) প্ৰসৱৰ পিছত স্তনৰ বেমাৰ ? ১) মিচা প্রসব বেদনা (False (১)দুগ্ধজৰ (MilkFever)ঃ এইসমস্যাত Labour Pain) ঃ শিশুৰ জন্ম হােৱাৰ প্ৰসৱৰ পিছত স্তন ফুলি টান আৰু নিৰ্ধাৰিত সময়তকৈ প্রথম মাতৃত্বৰ ক্ষেত্ৰত ১ বিষােৱা, দুগ্ধনলীকাসমূহ বন্ধ হৈ ৰঙা ২ সপ্তাহ আগতে আৰু বহুমাতৃত্বৰ ক্ষেত্ৰত পৰি উঠা, স্তন গধুৰ গধুৰ লগা, শৰীৰ কেইদিনমান আগতে যদি অনিয়মীয়া আৰু অৱশ লগাৰ লগতে জ্বৰ উঠা, স্তনবৃন্ত অনির্ধাৰিত পেটৰ বিষ আৰম্ভ হয়, তেনেহ'লে ফুলি উঠি গাখীৰ খুৱাওঁতে কষ্ট হােৱা ইয়াক মিছা প্ৰসৱ বেদনা বুলি কোৱা হয়। আদি লক্ষণ দেখা যায়। এই এনেকুৱা ক্ষেত্ৰত উপযুক্ত হােমিঅ'পেথিক সমস্যাসমূহ উপযুক্ত হােমিঅ'পেথিক ঔষধ সেৱন কৰি উপশম পাব পাৰি। ঔষধ ঔষধ সেৱন কৰি আঁতৰ কৰিব পাৰিব। সমূহ হ’ল ঃ বেলাড’না, ক’ল’ফাইলাম, সাধাৰণতে ব্যৱহাৰ হােৱা ঔষধ সমূহ চিমিচিফিউগা, কেমােমিলা, পালচেটিলা, হ’ল ? কনিয়াম মেক, বেলাড়না, নাক্স ভােমিকা আদি। ব্রায়ােনিয়া, লেক কেন, ফাইটোলাক্কা আদি। ২) প্রসুতিৰ ফুল, নপৰা (Retained Placenta) : প্ৰসৱৰ পিছত এঘণ্টা মানৰ ভিতৰত ফুল ওলাই নাহিলে হােমিঅ'পেথিক ঔষধ সেৱন কৰাই এই সমস্যাৰ পৰা উপশম পাব পাৰি। সাধাৰণতে ব্যৱহাৰ হােৱা ঔষধ হ’ল আর্নিকা, জেলিচিমিয়াম, চিকেলি কৰ আদি। ৩) সুতিকা জ্বৰ (Puerperal Fever) ও ই প্ৰসৱ বা গর্ভপাতৰ পিছত প্রজননাংগত হােৱা এবিধ বেক্টেৰিয়েল ইফেক্সন। ইয়াক পােষ্টপার্টম ইফেক্সন বা ২১৫