পৃষ্ঠা:Su swasthyar aadhar.pdf/২৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বেষ্টিৰ হােমি পথিক চিকিৎসা স্ত্রী বা মহিলাৰ ৰােগ বুলিলে আগ্রহী হােৱাও দেখা যায়। আনহাতে সাধাৰণতে আমি ছােৱালী বা মহিলাৰ আমাৰ সমাজত সচৰাচৰ এনেকুৱা এটি প্রজননাংগসমুহৰ সমস্যাগত ৰােগকে ধাৰণাও দেখা যায় যে হােমিঅ'পেথিক বুজো। ছােৱালী বা মহিলা এজনী পুস্পিতা চিকিৎসা মহিলা আৰু শিশুসকলৰ ক্ষেত্ৰতহে হােৱাৰে পৰা ৰজঃনিবৃত্তিৰ সময়লৈ বিভিন্ন অধিক কার্যকৰি৷ এই ধাৰণাৰ বাস্তৱতা সমস্যাত ভােগা দেখা যায়। কিন্তু আমাৰ নথকা নহয়। মহিলা আৰু শিশুসকলক সমাজত মহিলা সকল শিক্ষা-দীক্ষা তথা হােমিঅ'পেথিক চিকিৎসা পদ্ধতিৰে সামাজিকভাবে আজিও পুৰুষৰ সমানে চিকিৎসা কৰাৰ বহুতাে সুবিধাও নথকা নহয়। আগবাঢ়িব নােৱাৰা বা লাজৰ বাবে কাৰণ হােমিঅ’পেথিক ঔষধ সমূহ গ্রহণ বহুসময়ত তেওঁলােকে বিভিন্ন ৰােগত ভুগি কৰিবলৈ সহজ আৰু অতি কম পৰিমাণৰ থাকিও ইয়াৰ উপযুক্ত চিকিৎসাৰ বাবে ওষধ গ্রহণ কৰিয়েই ৰােগ আৰােগ্য কৰিব আগবাঢ়ি নাহে। আনহাতে মহিলাৰ ৰােগৰ পৰা যায়। তলত সাধাৰণতে দেখা দিয়া চিকিত্সাৰ ক্ষেত্ৰত আধুনিক চিকিৎসা মহিলাৰ কেইটামান ৰােগৰ চিকিৎসাৰ বিষয়ে ব্যৱস্থাত যিসমূহ পদ্ধতি ব্যৱহাৰ কৰা হয় চমুকৈ আলােচনা কৰা হ'ল — সেই পদ্ধতিসমূহগ্ৰহণ কৰিবলৈ আগ্রহীনহয় বা সংকোচ বােধ কৰে। এইক্ষেত্ৰত ১) অনিয়মীয়া ঋতুস্ৰাৱ ঃ এজনী হােমিঅ'পেথিক চিকিৎসা পদ্ধতিয়ে যিহেতু ছােৱালী বা মহিলাৰ সাধাৰণতে ১২-১৪ বহুক্ষেত্ৰত কেৱল লক্ষণৰ ওপৰত ভিত্তি বছৰ বয়সৰ ভিতৰত প্ৰথম ঋতুস্ৰাৱ আৰম্ভ কৰিয়েই বহুৰােগ অতি সহজ পন্থাৰে হয়। ইয়াৰ পিছৰ পৰা ৰজঃনিবৃত্তিৰ আৰােগ্য কৰিব পাৰে সেয়েহে মহিলাসকল সময়লৈকে আৰু গৰ্ভধাৰণৰ সময়ৰ পৰা বিশেষকৈ অন্য চিকিৎসা পদ্ধতিতকৈ শিশু জন্মৰ পিছৰ ৬ মাহৰ বাহিৰে প্ৰতি ২৮ হােমিঅ'পেথিক চিকিৎসা গ্রহণ কৰিবলৈ দিনৰ মূৰে মূৰে মহিলাৰ ঋতুস্ৰাৱ হয় আৰু ২১৭