পৃষ্ঠা:Su swasthyar aadhar.pdf/২১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হােমিঅ'পেথিক ঔষধৰশক্তিকৰণ আৰু তদুপৰি হােমিঅ'পেথিক ঔষধসমূহদুটা মান নির্ধাৰণ (Drug Potentisation প্রণালীত প্ৰস্তুত কৰা হয় নতুন আৰু পুৰণা and Standerdization) : বা হেনিমেনিয়ান প্রণালী। পুৰণা বা হেনিমেনিয়ান প্রণালীত ৯ টা শ্ৰেণীৰ মাজেৰে হােমিঅ'পেথিক ঔষধসমূহশক্তিকৰণৰ আৰু নতুন প্রণালীত দুটা শ্ৰেণীৰ মাজেৰে অর্থই হ’ল ঔষধত থকা পদার্থগত পৰিমাণক যেনে মেচাৰচন (Maceration) আৰু গুণগত মানলৈqualitative) পৰিৱকৰা পাকুলেচন(Perculation)ৰ জৰিয়তে ঔষধ যাৰ ফলত সাধাৰণ অৱস্থাৰ এটি কোনাে প্রস্তুত কৰা হয়। ক্রিয়াহীন পদার্থও অতি শক্তিশালী ঔষধত হােমিঅ'পেথিক ঔষধৰ মান নির্ধাৰণ পৰিণত হয়। হােমিঅ'পেথিক ঔষধসমূহ আৰু পৰীক্ষাৰ বাবে ভাৰত চৰকাৰে ১৯৬২ তিনিটা স্কেলত শক্তিকৰণ কৰা হয়। যেনে, ডেচিমেল, চেণ্টিচিমেল আৰু ফিফটিমি গঠন কৰে আৰু সেইমর্মে ১৯৭৫ চনত উত্তৰ চনত হােমিঅ'পেথিকফার্মাকোপিয়াকমিটি লিছিমেল স্কেল। ঔষধ শক্তিকৰণৰ বাবে প্রদেশৰ গাজিয়াবাদত হােমিঅ'পেথিক প্ৰথমতে উৎসটোৰ পৰা মাদাৰ টিংচাৰ, মাদাৰ ফার্মাকোপিয়া লেব’ৰেটৰী’ (HPL) স্থাপন চাষ্ট্রে বা মাদাৰ চলুচন প্রস্তুত কৰা হয় কৰে। এই পৰীক্ষাগাৰটো ভাৰত চৰকাৰৰ আৰু ইয়াৰ পৰা একাদিক্রমে বিভিন্ন স্কেলত ‘ড্রাগ আৰু কস্মেটিক আইন ১৯৪০ দ্বাৰা ঔষধসমূহ শক্তিকৰণ কৰা হয়। পূর্বতে এই স্বীকৃতিপ্রাপ্ত। শক্তিকৰণ প্ৰক্ৰিয়া কষ্টকৰ আছিল যদিও বর্তমান আধুনিক বিদ্যুচ্চালিত, ডিজিটেল যন্ত্র ব্যৱহাৰ কৰা হয়। হােমিঅ'পেথিক ঔষধৰম্যাদ আৰু সংৰক্ষণ (Expiry and Preservation of Homoeopathic Drugs) : হােমিঅ'পেথিক ঔষধসমূহ যিহেতু উচ্চমানৰ এলকহলত সংৰক্ষিত হৈ থাকে সেয়ে ইয়াৰ ম্যাদ উকলাৰ সময়সীমাও দীঘলীয়া। উচিত ধৰণে সংৰক্ষণ কৰিলে ঔষধৰ গুণাগুণ দীর্ঘদিনলৈ পৰিৱৰ্তন নহয়। সেয়ে হােমিঅ’পেথিক ঔষধসমূহ কাচৰ বটলত সাঁফৰ লগাই তীব্র গােন্ধযুক্ত পদার্থ, সূৰ্যৰ প্রত্যক্ষ ৰশ্মি আৰু সেমেকা ঠাইৰ পৰা আঁতৰাই ৰাখিব লাগে। Natural Substance 1 Drop 1 Drop 1 Drop 1 Drop 1C Likewise.... 2C Mother Tincture 3C 4C 30C 2000 99 Drops Pure Alcohol 99 Drow Pure Alcohol 99 Drops Pure Alcohol Drops Pue Alethel 1M More Potent, Mere Dilute