পৃষ্ঠা:Su swasthyar aadhar.pdf/২১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(ঘ) সুস্থ মানৱ গ্ৰন্থিৰ নিঃসৰণ (Sarcodes) যেনে— এড্রিনেলাইন, কোলেষ্ট্রে’ল, ক’ৰপাছ লুটিয়াম, ইনচুলিন, থাইৰইড, পেপচিন, লেক কেন, লেক ডিফ আদি। (চ) শক্তিৰ উৎস (Imponderabilia) যেনে- চন্দ্ৰৰ ৰশ্মি, বিদ্যুৎ ,ৰঞ্জনৰশ্মি, চুম্বকীয় ক্ষেত্ৰীয় প্ৰাৱল্য আদি। Adrenal Glands nu Kidney Kidney gland Thyroid gland হােমিঅ'পেথিক ঔষধসমূহ সুস্থমানৱ দেহত প্রয়ােগ কৰিহেপৰীক্ষা কৰা হয়; সেয়ে right left এই ঔষধসমূহ যথেষ্ট নিৰাপদ। thyroid thyroid gland হােমিঅ’পেথিক ঔষধ পৰীক্ষাৰ বাবে প্রথমে বিভিন্ন ভৌগগালিক পৰিৱেশ, বয়স আৰু লিংগভেদে সুস্থ মানৱদেহত প্রয়ােগ কৰাৰ (ঙ) মানুহ আৰু অন্যান্য জীৱজন্তুৰ পিছত যি লক্ষণ সমষ্টি উৎপন্ন হয় সেয়া ৰােগাক্রান্ত অংগ আৰু অণুজীৱ নথিভুক্ত কৰি ৰখা হয়। এই ঔষধসমূহ পুনৰ (Nosodes) সদৃশ লক্ষণ বিশিষ্ট ৰােগীৰ শৰীৰত প্ৰয়ােগ সমূহ যেনে- টিউবাৰকুলিনাম, বেচিলিনাম, কৰিলে যদি ৰােগ আৰােগ্য কৰে, তেনেহ'লে কার্ডিনােচিন, লাইচিন ইত্যাদি। এই প্রমাণিত বৈশিষ্ট্যপূর্ণ লক্ষণসমূহক হােমিঅ'পেথিক ভেষজ গ্রন্থ (Homoe pathic Materia Medica)ত অন্তর্ভুক্ত কৰা হয়। হােমিঅ’পেথিক ঔষধসমূহৰ আহৰণ, প্রস্তুত প্রণালী, শৰীৰৰ বিভিন্ন অংগত হােৱা ক্রিয়া আদি সকলাে বিৱৰণ হােমিঅ’পেথিক ফার্মাকোপিয়াত লিপিবদ্ধ থাকে। ভাৰত চৰকাৰে বৰ্তমানলৈ দহটা খণ্ডত “হােমিঅ'পেথিক ‘ফর্মাকোপিয়া অফ feat" (Homoeopathic Pharma copiea of India) প্ৰকাশ কৰিছে।