পৃষ্ঠা:Su swasthyar aadhar.pdf/১৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  • একেদৰে বাওঁ ভৰিখন আনি বাওঁ তপিনাৰ

তলত স্থাপনকৰিব লাগে।

  • দুয়ােভৰিৰ বুঢ়া আঙুলি সংযুক্ত হৈ থাকিব

লাগে।

  • দুয়াে গােৰােহাৰ মাজতবহিব লাগে।
  • হাতদুয়ােখনআঁঠুৰ ওপৰতৰাখিবলাগে।
  • মেৰুদণ্ড পােন হৈ বহি সন্মুখলৈ চাই চকু

বন্ধকবিলাগে।

  • এনেদৰে অলপ সময় থাকিব লাগে এতিয়া

আগৰ অৱস্থালৈ আহিবলৈ সোঁফালে হালি হৈ বাওঁভৰিখন সন্মুখৰ ফালে মেলিব লাগে।

  • একেদৰে সোঁ ভৰিখন মেলি আগৰ

অৱস্থালৈ আহিব লাগে। উপকাৰিতাঃ উৰু আৰু কলাফুলৰ মাংসপেশীসবলকৰে।

  • হজমশক্তিবঢ়ায়।
  • মেৰুদণ্ডৰ দৃঢ়তা বাঢ়ে আৰু শিথিল কৰি

তােলে। অদ্ধউষ্টাচনঃ স্থিতিঃবিশ্রামআসন। উষ্ট শব্দৰ অৰ্থ হ’ল উট। এই আসনৰ পূৰ্ণ অৱস্থাত উটৰ দৰে দেখা যায়। ইয়াত প্রথম আধা অংশহেকৰাহয়। অভ্যাসবিধিঃ

  • বিশ্রামআসনতবহিব লাগে।
  • দণ্ডাসনত আহিব লাগে।
  • ভৰি দুয়ােখন ভাজ কৰি আনি গােৰােহাৰ

ওপৰত বহিব লাগে।

  • ভৰিৰবুঢ়া আঙুলিদুয়ােটালগ লগাইৰাখিব

লাগে। হাত দুখনআঁঠুৰ ওপৰতৰাখিব লাগে।

  • মেৰুদণ্ড পােনকৰিবহিবলাগে।
  • এইঅৱস্থাক বজ্রাসন বােলে।
  • এতিয়াআঁঠুৰ ওপৰত থিয়হ’বলাগে।

হাত দুখনকমৰত আঙুলিতলমূৱাকৈৰাখিব লাগে।

  • কিলাকোটি আৰু বাহু সমান্তৰালকৈ ৰাখিব

লাগে। এতিয়া উশাহ লৈ সম্ভৱ অনুসাৰে মূৰ, ডিঙি পিছফালে হলাই নিব লাগে। আৰু উশাহ এৰি শিথিলকৰিবলাগে।

  • উৰুঅংশভু-পৃষ্ঠতলম্বভাৱে থাকিব।
  • এই অভ্যাস ১০-৩০ ছেকেণ্ড সাধাৰণভাৱে

উশাহ-নিশাহ লৈকৰিলাগে।

  • উশাহ লৈবজ্ৰাসনত বহিব।
  • বিশ্রামআসনতশিথিলহ’বলাগে।

সাৱধানতাঃ

  • ৰক্ত পাত অৰ্শৰােগত ভুগি থকা

ব্যক্তিসকলেনকৰিব।

  • যিসকলে আঁঠুৰ বিষ আৰুভৰিৰসৰু গাঁঠিৰ

ankle joint) বিষত ভুগি থাকে তেওঁলােকে কৰিবনালাগে। ১৪৪