পৃষ্ঠা:Su swasthyar aadhar.pdf/১৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উপকাৰিতাঃ

  • ভৰিৰ তলুৱাৰ যিকোনাে বিষ বেমাৰৰ পৰা

হাত সাৰিব পাৰি।

  • কলাফুল, উৰু আৰু কমৰৰ মাংসপেশী

শক্তিশালীহয়।

  • মেৰুদণ্ডৰ বিস্তাৰিত হয় আৰু হাওঁফাওঁৰ

ক্ষমতাবাঢ়ে। সাৱধানতাঃ

  • এই অভ্যাস ৰাজহাড়ৰ সমস্যা, পেটৰ

অস্ত্রোপচাৰ আৰু চিয়েটিকা (Sciatica) ৰােগীয়েকৰিব নালাগে।

  • শৰীৰৰ কাৰ্য্যক্ষমতা তথা সীমাৰ বাহিৰত

কষ্টদিকাষলৈহালিবনালাগে।

  • যদি হাতেৰে ভৰিৰ পতা স্পর্শ কৰিব

নােৱাৰে তেন্তে আঁ ধৰিবৰ বাবে প্রয়াস কৰিব।

  • উশাহ এৰি দুয়াে হাতেৰে ভৰিৰ আঙুলিত

ধৰি তলুৱা লগ লগাই গাৰ ফালে টানি আনি মূলাধাৰ চক্ৰলৈকে সম্ভৱ হ'লে গােৰােহা লগাবলাগে।

  • যদি উৰু অঞ্চল ভূ-স্পষ্টৰ সমালকৈ

সম্ভৱ নহয় তেন্তে আঁঠুৰ তলত কোমল কাপােৰৰাখিব পাৰে।

  • এইয়াঅন্তিমঅৱস্থা
  • এনেদৰেকিছুসময় থাকিবলাগে।

উপকাৰিতাঃ

  • এই আসনে দেহৰ স্থিৰতা আৰু মস্তিষ্কৰ

স্থিৰতাপ্রদানকৰে।

  • আঁঠুৰ বিষউপশম হােৱাত সহায়ক হয়।
  • পেটৰ অংগৰ কাৰ্য্যক্ষমতা বঢ়ায় আৰু

অৱসাদদূৰ কৰে।

  • মহিলাসকলৰ ঋতুস্বাৱৰ সময়ত হােৱা

পেটৰ বিষদূৰীকৰণতসহায়ক হয়। সাৱধানতাঃ সন্ধিবাত আৰু চিয়েটিকা (Sciatica) বােগত ভােগাসলেনকৰিব। (খ)বহিকআসনঃ ভদ্রাসনঃ ভদ্ৰশব্দৰ অর্থদৃঢ়বা সৌভাগ্যশালী। অভ্যাসবিধিঃ

  • দুয়ােভৰিসন্মুখলৈ মেলিবহিব লাগে অর্থাৎ

দণ্ডাসনত। বজ্ৰাসনঃ এই আসন ধ্যান মূদ্রাত কৰিব লাগে আৰু পূর্ণ। অৱস্থাতচকুবন্ধ কৰিৰাখিব লাগে। অভ্যাসবিধিঃ

  • প্রথমে বহি ভৰি দুখন সন্মুখৰ ফালে মেলি

হাত দুখন কালৰ দুয়ােকাষে তলুৱাৰে মাটিত স্পর্শকৰিৰাখিব লাগে।

  • সোঁ ভৰি আঁঠুত ভাজ কৰি আন গােৰােহা

অঞ্চল সোঁ তপিনাৰ তলত স্থাপন কৰিব লাগে। ৫ দুয়ােহাত ককালৰ দুয়াে কাষত তলুৱাৰে মাটি স্পর্শ কৰি ৰাখিব ইয়াক দণ্ডাসন বােলে।

  • দুয়ােভৰিলগলগাইৰাখিব লাগে।

১৪৩