পৃষ্ঠা:Su swasthyar aadhar.pdf/১৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

থাকিব। - উপকাৰিতাঃ দেহৰ ভাৰসাম্যতা হাত আৰু ভৰিৰ ওপৰত

  • পিঠিআৰুডিঙিৰমাংসপেশীসবলহয়।
  • কোষ্ঠকাঠিন্য (Constipation) আৰু
  • এই আসন সর্বাঙ্গাসনৰ (Sarbanga-

ৰাজহাড়ৰ বিষউপশম হয়। sama) পিছত কৰিলে সুফল পােৱা যায়।

  • মূৰ আৰু বুকু প্রদেশত ৰক্ত সঞ্চালন বৃদ্ধি উপকাৰিতাঃ
  • চকুৰদৃষ্টিশক্তিৰবাবে ব্যৱহাৰহয়।
  • সাৱধানতা অৱলম্বনকৰিহৃদৰােগীসকলৰ

পিঠিআৰু ডিঙিৰবিষত লাভদায়ক ক্ষেত্ৰতােব্যৱহাৰহয়।

  • উরুসন্ধি আৰু পেট অংশত চর্বি কমােত

সাৱধানতা : হার্ণিয়া, পেটৰ সমস্যা, সন্ধিবাত, সহায়কৰে। মুঘূৰণী আৰু গৰ্ভাৱস্থাত এই আসন কৰিবনালাগে। * হজমশক্তি বঢ়ায়। উট্রাসনঃ সাৱধানতাঃ উচ্চৰক্তচাপ, হৃদৰােগ আৰু হার্শিয়া উষ্ট শব্দৰ অৰ্থ হ'ল উট। এই আসনত দেহৰ ৰােগীয়েকৰিবনালাগে। আকৃতি বােজা কঢ়িওৱা উটৰ দৰে হয় বাবে উদ্ভাসন শশঙ্কাসনঃ বুলি কয়। স্থিতিঃ বজ্রাসন অভ্যাসবিধিঃ অভ্যাসবিধিঃ

  • বজ্ৰাসনত বহি আঁঠুৰ ওপৰত থিয় হ'ব
  • বজ্ৰাসনত বহিব।

লাগে। আৰু ভৰি দুখন লগ লাগি থাকিব লাগে যাতে ভূ-পৃষ্ঠৰসমান্তৰাল হৈথাকে।

  • উশাহ লৈপিছফালেহালিযাবলাগে।
  • সেই ক্ষেত্ৰত ধ্যান দিব লাগে যাতে ডিঙি

অংশত কোনাে অসুবিধানহয়।

  • উশাহ এৰি এৰি সোঁহাতখন সেভৰিত আৰু

বাওঁহাতখন বাওঁভৰিৰ তলুৱাত স্থাপন কৰিবলাগে।

  • পূর্ণ অৱস্থাত উৰুভূ-পৃষ্ঠৰলম্বভাৱে থাকিব

আৰু মূৰ অংশ সামর্থ অনুসৰি পিছলৈ হালি যাব। ১ আঁঠু দুটা যিমান পাৰি বহলাই আৰু বুঢ়া আঙুলি দুয়ােটালগলগাইৰাখিবলাগে। ৫ হাত দুখনআঁঠুৰ মাজতৰাখিব।

  • উশাহ এৰি হাত দুখন যিমান পাৰি সিমান

আগলৈ দি হালি যাব আৰু খুঁতৰি মাটিত লগাবলাগে।

  • বাহুসমান্তৰালকৈৰাখিবলাগে।
  • সন্মুখৰ ফালে চাই আসনৰ অৱস্থাটো বজাই

ৰাখিব। ১৪৫