উপকাৰিতাঃ
- ভৰিৰ তলুৱাৰ যিকোনাে বিষ বেমাৰৰ পৰা
হাত সাৰিব পাৰি।
- কলাফুল, উৰু আৰু কমৰৰ মাংসপেশী
শক্তিশালীহয়।
- মেৰুদণ্ডৰ বিস্তাৰিত হয় আৰু হাওঁফাওঁৰ
ক্ষমতাবাঢ়ে। সাৱধানতাঃ
- এই অভ্যাস ৰাজহাড়ৰ সমস্যা, পেটৰ
অস্ত্রোপচাৰ আৰু চিয়েটিকা (Sciatica) ৰােগীয়েকৰিব নালাগে।
- শৰীৰৰ কাৰ্য্যক্ষমতা তথা সীমাৰ বাহিৰত
কষ্টদিকাষলৈহালিবনালাগে।
- যদি হাতেৰে ভৰিৰ পতা স্পর্শ কৰিব
নােৱাৰে তেন্তে আঁ ধৰিবৰ বাবে প্রয়াস কৰিব।
- উশাহ এৰি দুয়াে হাতেৰে ভৰিৰ আঙুলিত
ধৰি তলুৱা লগ লগাই গাৰ ফালে টানি আনি মূলাধাৰ চক্ৰলৈকে সম্ভৱ হ'লে গােৰােহা লগাবলাগে।
- যদি উৰু অঞ্চল ভূ-স্পষ্টৰ সমালকৈ
সম্ভৱ নহয় তেন্তে আঁঠুৰ তলত কোমল কাপােৰৰাখিব পাৰে।
- এইয়াঅন্তিমঅৱস্থা
- এনেদৰেকিছুসময় থাকিবলাগে।
উপকাৰিতাঃ
- এই আসনে দেহৰ স্থিৰতা আৰু মস্তিষ্কৰ
স্থিৰতাপ্রদানকৰে।
- আঁঠুৰ বিষউপশম হােৱাত সহায়ক হয়।
- পেটৰ অংগৰ কাৰ্য্যক্ষমতা বঢ়ায় আৰু
অৱসাদদূৰ কৰে।
- মহিলাসকলৰ ঋতুস্বাৱৰ সময়ত হােৱা
পেটৰ বিষদূৰীকৰণতসহায়ক হয়। সাৱধানতাঃ সন্ধিবাত আৰু চিয়েটিকা (Sciatica) বােগত ভােগাসলেনকৰিব। (খ)বহিকআসনঃ ভদ্রাসনঃ ভদ্ৰশব্দৰ অর্থদৃঢ়বা সৌভাগ্যশালী। অভ্যাসবিধিঃ
- দুয়ােভৰিসন্মুখলৈ মেলিবহিব লাগে অর্থাৎ
দণ্ডাসনত। বজ্ৰাসনঃ এই আসন ধ্যান মূদ্রাত কৰিব লাগে আৰু পূর্ণ। অৱস্থাতচকুবন্ধ কৰিৰাখিব লাগে। অভ্যাসবিধিঃ
- প্রথমে বহি ভৰি দুখন সন্মুখৰ ফালে মেলি
হাত দুখন কালৰ দুয়ােকাষে তলুৱাৰে মাটিত স্পর্শকৰিৰাখিব লাগে।
- সোঁ ভৰি আঁঠুত ভাজ কৰি আন গােৰােহা
অঞ্চল সোঁ তপিনাৰ তলত স্থাপন কৰিব লাগে। ৫ দুয়ােহাত ককালৰ দুয়াে কাষত তলুৱাৰে মাটি স্পর্শ কৰি ৰাখিব ইয়াক দণ্ডাসন বােলে।
- দুয়ােভৰিলগলগাইৰাখিব লাগে।
১৪৩