এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
আহিবলাগে।
- এনেদৰেসম্পূর্ণভাৱেঘূৰাব।
- আকৌ ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত
কৰিব। উশাহ লৈ পিছলৈ আৰুউশাহ এৰি আগলৈ আহিলাগে। হলাই নিব।
- আকৌউশাহ লৈস্থিতিত আহিব লাগে।
এয়া একচক্রঃ এনেদৰে ২বাৰকৰিব। তৃতীয়চৰণঃ(সোঁফালআৰুবাওঁফালে ঘুৰােৱা) ডিঙি পােনকৈৰাখিবলাগে। ৫ উশাহ এৰি ডিঙি সোঁফাললৈ ঘূৰাব লাগে যাতে কান্ধৰসমান্তৰালহয়।
- উশাহ লৈ পুনৰস্থিতিত আহিব।
এ উশাহ এৰি বাওঁফালে কান্ধৰ সমান্তৰালকৈ পুনৰযাব।
- উশাহ লৈ পুনৰস্থিতিত আহিব।
- এয়া একপ্রক্রিয়াঃ এনেদৰে ২বাৰকৰিব।
বিঃদ্রঃ-
- সম্ভৱ অনুসাৰে ডিঙি ঘূৰাব লাগে, বেছি।
বলপূর্বককৰিবনালাগে।
- অভ্যাস কৰাৰ সময়ত কান্ধ অঞ্চল
কোমলকৈৰাখিব লাগে।
- চকীত বহিও কৰিব পাৰে।
- যিসকলে ডিঙিৰ সমস্যাত ভুগি থাকে
তেওঁলােকে লাহে লাহে কৰিব বা চিকিৎসকৰ পৰামৰ্শলৈহেকৰিব লাগে। বয়সস্থ ব্যক্তিয়ে আৰু ডিঙিৰ হাড়ৰ সমস্যা, উচ্চৰক্তচাপথাকিলেনকৰিব। চতুর্থচৰণঃ (ডিঙিৰ ঘূর্ণনপ্রক্রিয়া)
- প্রথমে উশাহ এৰি ডিঙি বুকু প্ৰদেশত
লগােৱাৰ চেষ্টাকৰিব লাগে।
- উশাহ লৈ ঘড়ীৰ কটাৰ দিশত অর্ধচক্র
সম্পূর্ণ কৰি তললৈ আহোঁতে উশাহ এৰি কান্ধৰসঞ্চালনক্রিয়াঃ স্থিতিঃসহজস্থিতি অভ্যাসবিধিঃ প্রখমচৰণঃ(কান্ধ অঞ্চলটানিকৰাঅভ্যাস)
- ভৰি দুখন লগ লগাই সহজভাৱে থিয় হ'ব
লাগে। ৫ হাত দুখন সন্মুখৰ ফালে ৰাখি মূৰৰ সমান্তৰালকৈ উঠাব লাগে আৰু তলুৱাফাল ১৩৮