পৃষ্ঠা:Su swasthyar aadhar.pdf/১৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(ক) গ্রীমুদ্রা(ডিঙিৰসূক্ষ্মচালন) স্থিতিঃসমস্থিতি অভ্যাসবিধিঃ সাধাৰণ যােগাভ্যাস ক্রম প্রথমচণঃ (ডিঙিৰ আগফালআৰু পিছফালেকচালনক্রিয়া)

  • ভৰি দুখন লগ লগাই আৰামত থিয় হ'ব

লাগে। হাত দুখন গাৰ দুয়ােকাষত সমাৱালভাৱে ৰাখিব লাগে।

  • এই প্রক্রিয়াক সমাস্থিতি বা তাড়াসন

বােলে। এতিয়াহাত দুখনেৰেকঁকালত ধৰিব লাগে।

  • উশাহ এৰি এৰি ডিঙিটো আগফালে

হলাই খুঁতৰি অঞ্চল বুকুত লগােৱাৰ চেষ্টা কৰিব লাগে। ১াপ্রার্থনাঃ যােগৰ অভ্যাস প্রার্থনাৰ জৰিয়তে আৰম্ভণি কৰিব লাগে। ইয়াৰ ফলত যােগাভ্যাসৰ লাভালাভ অধিক পােৱাহয় আৰুমনশাস্তহয়। ও সংগচছব্বং সংবদধ্বং সংবােমানাং সি জানতাম্ দেৱা ভাগং যথা পূর্বে সং জনানা উপিসতে।। (অর্থ : হে মানৱসকল আমি সকলােৱে প্রেম, ভক্তি আৰুশ্ৰদ্ধাৰে একেলগেকর্মতবর্তি হওঁ আহক। সকলােৱে মিলিজুলি বার্তালাপেৰে জ্ঞান অর্জন কৰিম, আমি পুর্বপুৰুষৰ মান-মর্যাদাৰক্ষা কৰিকর্তব্য নিষ্ঠাসহকাৰে পালনকৰিম। D ২। সূক্ষ্ম ব্যায়ামঃ পাৰি। এই ক্ৰিয়াৰ জৰিয়তে দেহৰ অংগত সূক্ষ্ম চলাচল বৃদ্ধি হয়। এইক্রিয়া থিয় হৈ বা ধ্যানাসনত বহি কৰিব * উশাহ লৈ ডিঙি পিছফাললৈ সামর্থ্য অনুসাৰেহলাই নিব লাগে।

  • এয়া একপ্রক্রিয়াঃএনেদৰে বাৰকৰিব।

দ্বিতীয়চৰণঃ (সোঁফালআৰুবাওঁফালেহলাইনিয়া) উশাহ এৰি এৰি সোঁফাললৈডিঙিটোহলাই নিব লাগে, সম্ভৱ হ'লে কাণ কান্ধত স্পর্শ কৰিবলাগে। উশাহ লৈ এতিয়াডিঙিস্থিতিতআনিব। এনেদৰে উশাহ এৰি আকৌ বাওঁফালে ১৩৭