পৃষ্ঠা:Su swasthyar aadhar.pdf/১৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আহিবলাগে।

  • এনেদৰেসম্পূর্ণভাৱেঘূৰাব।
  • আকৌ ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত

কৰিব। উশাহ লৈ পিছলৈ আৰুউশাহ এৰি আগলৈ আহিলাগে। হলাই নিব।

  • আকৌউশাহ লৈস্থিতিত আহিব লাগে।

এয়া একচক্রঃ এনেদৰে ২বাৰকৰিব। তৃতীয়চৰণঃ(সোঁফালআৰুবাওঁফালে ঘুৰােৱা) ডিঙি পােনকৈৰাখিবলাগে। ৫ উশাহ এৰি ডিঙি সোঁফাললৈ ঘূৰাব লাগে যাতে কান্ধৰসমান্তৰালহয়।

  • উশাহ লৈ পুনৰস্থিতিত আহিব।

এ উশাহ এৰি বাওঁফালে কান্ধৰ সমান্তৰালকৈ পুনৰযাব।

  • উশাহ লৈ পুনৰস্থিতিত আহিব।
  • এয়া একপ্রক্রিয়াঃ এনেদৰে ২বাৰকৰিব।

বিঃদ্রঃ-

  • সম্ভৱ অনুসাৰে ডিঙি ঘূৰাব লাগে, বেছি।

বলপূর্বককৰিবনালাগে।

  • অভ্যাস কৰাৰ সময়ত কান্ধ অঞ্চল

কোমলকৈৰাখিব লাগে।

  • চকীত বহিও কৰিব পাৰে।
  • যিসকলে ডিঙিৰ সমস্যাত ভুগি থাকে

তেওঁলােকে লাহে লাহে কৰিব বা চিকিৎসকৰ পৰামৰ্শলৈহেকৰিব লাগে। বয়সস্থ ব্যক্তিয়ে আৰু ডিঙিৰ হাড়ৰ সমস্যা, উচ্চৰক্তচাপথাকিলেনকৰিব। চতুর্থচৰণঃ (ডিঙিৰ ঘূর্ণনপ্রক্রিয়া)

  • প্রথমে উশাহ এৰি ডিঙি বুকু প্ৰদেশত

লগােৱাৰ চেষ্টাকৰিব লাগে।

  • উশাহ লৈ ঘড়ীৰ কটাৰ দিশত অর্ধচক্র

সম্পূর্ণ কৰি তললৈ আহোঁতে উশাহ এৰি কান্ধৰসঞ্চালনক্রিয়াঃ স্থিতিঃসহজস্থিতি অভ্যাসবিধিঃ প্রখমচৰণঃ(কান্ধ অঞ্চলটানিকৰাঅভ্যাস)

  • ভৰি দুখন লগ লগাই সহজভাৱে থিয় হ'ব

লাগে। ৫ হাত দুখন সন্মুখৰ ফালে ৰাখি মূৰৰ সমান্তৰালকৈ উঠাব লাগে আৰু তলুৱাফাল ১৩৮