পৃষ্ঠা:Su swasthyar aadhar.pdf/১৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২। তুলসী, ইলাছী,আদাৰ ৰস আৰু মৌ। খ) জন্মৰ সময়ত শিৰত আঘাত লগা। ৩। পিপ্পলি গাখীৰত উতলাইখাব পাৰি। গ) মস্তিস্কৰ ভিতৰত ৰক্তস্রাৱ হােৱা। ৪। হালধি গুৰি গাখীৰত উতলাই ঘন ঘ) জন্মজাত মস্তিস্কৰ গঠনাত্মক বিকৃতি। কৰি চেকি খাব পাৰে। ও) নৱজাত শিশুৰ জণ্ডিছৰ মাত্রা অধিক ৫। নহৰুঘীত ভাজি খাব পাৰি। বেছিকৈ হৈ কার্নিকটেৰাচ উৎপন্ন তাৰাে পৰি চি কি ৎস ক ৰ হােৱা। পৰামর্শমতে বিভিন্ন ঔষধি প্রয়ােগ কৰি চিকিৎসাঃ সুফল পােৱা। ইয়াৰ বাবে দীঘলীয়া আধুনিক চিকিৎসা পদ্ধতিত এই চিকিৎসাৰ প্রয়ােজন হয়। কেতিয়াবা ই বেমাৰৰ কোনাে নির্দিষ্ট চিকিৎসা নাই। অধিক গুৰুতৰ ৰূপ ধাৰণ কৰিলে এই তথাপি চিকিৎসাৰ মূল লক্ষ্য হৈছে যিমান ৰােগ আপাতকালীন ভাবে চিকিৎসা কৰা দূৰ সম্ভৱ শৰীৰৰ অগংসমূহ কার্যক্ষম কৰি হয়। ভালদৰে চিকিৎসা কৰিলে এই ৰখা আৰু বয়স বাঢ়ি অহাৰ লগে লগে ৰােগৰ নিয়ন্ত্রণ কৰিব পাৰি আৰু সঘনাই যিবিলাক শাৰীৰিক কৌশলৰ বিকাশ হােৱাৰ পৰা হাত সাৰিব পাৰি। ঘটিব লাগে তাক লাভ কৰা আৰু এইখিনি। পাংগুল্য, জড়ত্বতথা মুকত্বঃ (Cerebral সম্ভৱ কৰি তােলা হয় ফিজিওথেৰাপী, Palsy) শৈল্য চিকিৎসা আৰু অকুপেছনেল আয়ুর্বেদ মতে ৮০ প্ৰকাৰৰ থেৰাপীৰ দ্বাৰা। বাতব্যাধি আছে। তাৰ ভিতৰত পাংগুল্য আয়ুর্বেদিক চিকিৎসাঃ এক প্ৰকাৰৰ বাতব্যাধি। এই ৰােগত বায়ু আয়ুর্বেদ শাস্ত্ৰতাে ইয়াৰ ১০০ নিতম্ব দেশত (ককাল) অৱস্থিত হৈ দু শতাংশ ফলপ্রসূ চিকিৎসা নাই। তথাপিও ভৰিৰ কৰা, স্নায়ু (নার্ভ), তথা নাড়ীক খােৱা ঔষধ আৰু পঞ্চকর্ম চিকিৎসাৰ সম্পূর্ণ ক্রিয়াহীন কৰি শিশুক পংগু কৰি দ্বাৰা আমি ৰােগীৰ জীৱনৰ মানদণ্ড দিয়ে। ইয়াৰ ফলত শিশুটোৱে সময়মতে বহুখিনি উন্নত কৰিব পাৰাে। পঞ্চকর্ম বহা, থিয় হােৱা অথবা খােজ কাঢ়িব চিকিৎসাৰ ভিতৰত বিৰেচন, স্বেদন, নােৱাৰা তথা মাত-কথা কব নােৱাৰা হ'ব আস্থাপন বক্তি, যাপন বস্তি, স্নেহ বস্তিয়েই পাৰে। আয়ুর্বেদ শাস্ত্রমতে এই ৰােগৰ প্রধান।ফিজিওথেৰাপীৰ সমান্তৰাল ভাৱে গর্ভীনীয়ে গৰ্ভাৱস্থাত বাতবৰ্ধক আহাৰ আয়ুর্বেদিক চিকিৎসা কৰিলে অধিক বিহাৰ কৰাৰ ফলত উৎপন্ন হয়। আধুনিক সুফল পােৱা যায়। চিকিৎসা শাস্ত্রমতে এই ৰােগক চেৰিব্রেল পালছিৰ লগত ৰিজাব পাৰি। এই ৰােগৰ কাৰণঃ ক) জন্মজাত অক্সিজেন অল্পতা (জন্মৰ সময়ত শিশুৰ পর্যাপ্ত অক্সিজেনৰ ১১১