পৃষ্ঠা:Su swasthyar aadhar.pdf/১৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পঞ্চকর্ম চিকিৎসা কৰিবলৈ ঠিক তেনেদৰেই শােধন কৰাৰ প্রয়ােজন হয়। পঞ্চকৰ্মই সাঙুৰি লােৱা সেই পাঁচটা পদ্ধতি হ’ল - বমন, বিৰেচন, বস্তি আনস্য কর্ম। এই পাঁচটাপদ্ধতিৰাে বিভিন্ন ভাগ আছে। এই পাঁচটা প্ৰকাৰৰ শােধন পদ্ধতিশৰীৰ তথা মানসিক স্বাস্থ্যৰ বাবে যথেষ্ট উপযােগী। পঞ্চকৰ্মৰ লগত জড়িত কেইটিমান উল্লেখযােগ্য পূর্বকর্ম আৰু প্ৰধানকর্মহল - আয়ুর্বেদ চিকিৎসাশাস্ত্র ভাৰতৰ এক পাঁচ অভ্যঙ্গ (ঔষধি তেলযুক্ত মালিছ)ঃ হাজাৰ বছৰ পুৰণি পদ্ধতি। আয়ুর্বেদিক অভঙ্গ হ ল এক প্ৰকাৰৰ চিকিৎসাই কায় চিকিৎসা, শল্য তন্ত্র, বনৌষধিযুক্ত মালিছ। এই পদ্ধতিত পঞ্চকর্ম ইত্যাদি বহুকেইটা দিশ সাঙুৰি ঔষধিযুক্ত তেলৰ সহায়ত গােটেই লয়। এই সকলােবােৰৰ ভিতৰত পঞ্চকর্ম শৰীৰত বিশেষ ধৰণৰ এক মালিছ দিয়া অন্যতম। কর্মত প্ৰধানকৈ পাঁচটা হয় যিয়ে শৰীৰত জমা হৈ থকা মলসমূহ পদ্ধতি অৱলম্বন কৰা হয়। এই পাঁচটা অন্ত্ৰনলীলৈ লৈ যােৱাত সহায় কৰে। পদ্ধতিৰে বেমাৰ উৎপন্ন কৰা মলসমূহ তাৰােপৰি ই আমাৰ দেহৰ স্নায়ুতন্ত্র তথা শােধনৰ জৰিয়তে দেহৰ পৰা উলিয়াই মাংসপেশী সমূহ সবল কৰি তােলাৰ দিয়াত সহায় কৰে। আয়ুর্বেদ শাস্ত্রত লগতে মানসিক অৱসাদও দূৰ কৰে। সকলাে বস্তু আমাৰ আচাৰ্যসকলে বহুত অভ্যঙ্গ গােটেই শৰীৰত নাইবা যিকোনাে সুন্দৰ সুন্দৰ উপমাৰে উপস্থাপন কৰি এটি অংগতাে কৰিব পাৰি। গৈছে। পঞ্চকমক লৈ দিয়া তেনে এটি অভ্যঙ্গ কৰিবলৈ দুজন থেৰাপিষ্টৰ উপমা হ’ল - যেনেকৈ পুৰণি কাপােৰ প্রয়ােজন হয়। প্রথমতে ৰােগীজনক এখন নতুন ৰঙেৰে চাফা কৰি লােৱা হয় ঠিক টেবুলত বহিবলৈ দিয়া হয়। মালিছ। তেনেকৈ এটি ৰুগীয়া শৰীৰ ৰােগমুক্ত কৰিবলৈ ব্যৱহাৰ কৰা তেলৰ উষ্ণতা