পৃষ্ঠা:Su swasthyar aadhar.pdf/১৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

লাগে। যি গৰাকী ব্যক্তি শিশুটিক চোৱা গতিকে এই ৰােগৰ প্ৰধান কাৰণ হ'ল। চিতা কৰে তেওৰ বেয়া গুণৰ অধিকাৰী ঘৰুৱা ধুলি, বায়ুমণ্ডলৰ দুষিত গেছ, হ’ব নালাগে আৰু চাফ-চিকুণ থাকিব ভাইৰেল ইনফেকচ্ছন, ঠাণ্ডা বতৰ বিভিন্ন লাগে। শিশুৰ মনত আমি কেতিয়াও ভয় খােৱা সামগ্রী, পােহনীয়া কুকুৰ, মেকুৰীৰ উৎপাদন কৰাব নেলাগে। শিশুই কথা নােম ইত্যাদি। কেতিয়াবা এই ৰােগ নামানিলে নাইবা খাদ্য গ্রহণ নকৰিলে, ভয় বংশগত হ'ব পাৰে। আয়ুর্বেদত এই ৰােগ লগা ভূত-প্রেতৰ কথা কৈ নাইবা অন্য ভয় তমক শ্বাস বিচাপে বর্ণনা আছে। লগা বস্তুৰ নাম কৈ ভয় খােৱাব নালাগে। শিশুৰ হাপানী ৰােগ থাকিলে ল’বলগা এনে কাৰ্য্যই শিশুৰ মনত গভীৰ প্ৰভাৱ সাৱধানতা পেলাব পাৰে। শিশু এটিক আমি তীব্র ১। ঘৰ শুকান আৰু ৰ’দ পৰা ঠাইত হব বেগী বতাহ, প্রখৰ ৰ'দ, ঢেকেনি, ডাঙৰ লাগে আৰু ভালকৈ বতাহ চলাচল বৃক্ষ, শূণ্য গৃহ, অন্য ভয়লগা স্থানৰ পৰা হ'ব লাগে। আতৰাইৰাখিব লাগে। ২। শিশুটি শিক্ষা গ্রহণ কৰা বিদ্যালয় শিশুৰ এজমা ৰােগঃ যাতে ধুলি থকা ঠাই বা কল শিশুৰ এজমা বা তমক শ্বাস ৰােগ কাৰখানাৰ পৰা আতৰত থাকে। যাক সাধাৰণতে আমাৰ সমাজত হাপানী ৩। ঘৰৰ জেষ্ঠ সকলে ধপাত শিশুটিৰ ৰােগ বুলি কোৱা হয়। আজিকালি এই ওচৰত খাবনালাগে। ৰােগৰ প্রাদুর্ভাৱ আগতকৈ বহুত বাঢ়িব ৪। দিৱালী আদিৰ সময়ত কিছু সাৱধানতা ধৰিছে। আৰম্ভনিতে পানীলগা জ্বৰ, কাহ, অৱলম্বন কৰিব লাগে। আৰু তাৰ পিছত উশাহ লােৱাৰ কষ্ট ৫। কয়লা, খৰিৰ ধােৱাৰ পৰা সাবধান হ’ব হােৱাটোৱেই ইয়াৰ প্রধান লক্ষণ। যেতিয়া লাগে। উশাহ লব শিশুটিৰ অসুবিধা হয় তেতিয়া ৬। ঘৰুৱা ধুলিৰ পৰা বাচিবলৈ নাইবা শিশুটিৰ ডিঙিৰ তলৰ অংশ ঠিক বুকুৰ ৰাস্তাৰে যাওতে ধুলিৰ পৰা বাচিবলৈ ওপৰৰ অংশ ঠিক বুকুৰ ওপৰৰ অংশ উশাহ। মুখখন মাস্কেৰে ঢাকিব লাগে। লওতে সুমাই যাব পাৰে। বুকুৰ পৰা শব্দ ৭। কম্বল সদায় ওৱাৰ (Cotton শুনা যায়। এই ৰােগ খুব সঘনাই হৈ থাকে। Cover) লগাই ব্যৱহাৰ কৰিব ৰােগী অনুযায়ী পােন্ধৰ দিন, এমাহ, বা লাগে। বছৰত দুবাৰ তিনিবাৰ এই ৰােগ হােৱা ৮। বিচনাৰ তুলি গাৰু সপ্তাহত এবাৰ দেখা যায়। যেতিয়া এই ৰােগত আক্রান্ত ৰ'দত শুকুৱাব লাগে। শিশুৱে অকনমান ঠাণ্ডা বস্তু (ঠাণ্ডা পানী, শিশুৰ শ্বাস প্রশ্বাসৰ অসুবিধা প্রায়ে ঠাণ্ডা পানীয়, আইচক্রীম দৈ) খালে,ঠাণ্ডাৰ পানীলগা জ্বৰ কাহৰ পৰাই আৰম্ভ হয়। দিনত, বৰষুণত তিতিলে, ধুলি-বালি, সেয়েহে এনে শিশুক তলত দিয়া ঘৰুৱা বিষাক্ত গেছ আদিৰ সংস্পর্শত আহে ঔষধ প্রয়ােগ কৰিব পাৰে। তেতিয়া পানীলগা আৰু কাহেৰে আৰম্ভ হৈ ১।তুলসীৰ ৰস আৰু মৌ মিহলাই সেৱন উশাহ নিশাহত অসুবিধাৰ সৃষ্টি হয়। কৰিব লাগে। ১১০