পৃষ্ঠা:New Testament in Assamese.djvu/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

- হম। কোতে তেঁওৰ ওচৰত বহু মানুহ চাপিলহি। ১২ আৰু দেখা, জাইৰ না- মেৰে নাম ঘৰ এক অধিকাৰ অহি তেঁওক দেখিয়েই চনত পৰি অনেক নিবেদন কৰি কলে, ২৩ মোৰ জিটি মৰিব লগা হৈ অচে, এই হেতুকে আপুনি অহি স্বস্থ কৰিবৰ নিমিতে তাইৰ গাত হাত দিওক, তেহে তাই জিব। ২৪ তাতে ৰিচুএ অধিকাৰৰ লগত জোঅতি বহু মানুহ পাচত গৈ তেঁওক বেৰি ধৰিলে। ২৫ তেতিয়া বাৰে বচৰ ৰুগিয়া হৈ তেজ জোঅ', ২৬ অনেক বেজৰ পৰা বহু দুখ পোআ, অৰু সকলো বস্তু ভাঙ্গিলতো এফেৰিও ভাল নহৈ ৰোগ আৰু বাহে হোআ, ২৭ এনে এজনি তিৰোতা মানুহে মিচুৰ কথা সুনি, সমুহৰ মাজত তেঁওৰ পাচ ফালেদি আহি তেঁওৰ গাৰ কপিৰ চুলে; ২৮ কিয়নো তাই বুলিচিলে, মই জদি তেঁওৰ কপিৰ মাথোন চূব পাৰে, তেও ভাল ২১ তেতিয়াই তাইৰ তেজ বোঅ সুকাই ৰল, অৰুি সেই বেদেনাৰ পৰা মুকুত হেঅি তাই আপুনি দেহতে জানিলে। তেতিয়া চুি এ আপোনাৰ পৰা সক্তি ওলাই জোঅ মনেৰে জানি, সমুহৰ মাজত ঘূৰি চাই সুধিলে, মোৰ কপিৰ কোনে চুলে? ৩১ তাতে সিসাবিলাকে তেঁওত কলে, মানুহৰ সমুহে চাৰিও ফালে অপেনিকি হেঁচি ধৰা দেখিও, কোনে মোক চুলে, ইয়াকে বোলে! ৩২ আৰু এই কম কোনে কৰিলে, ইয়াকে দেখিবৰ নিমিতে তেঁও চাৰিও ফালে চালে। ৩৩ তেতিয়া সেই তিৰোতাই আপোনাৰ গাত জি কৰা গল, কি জানি ভই পাই কঁপি কপি অহি, তেঁওৰ অগিত পৰি সকলো সত্য কথা কলে, ৬৪ তাতে তেওঁ তাইক বুলি- লে, হে অইটি, তোমাৰ বিস্বাসে তোমাক ভাল কৰিলে; কুসলে জোঅ, তোমাৰ ৰোগৰ পৰা মুকুত হেঅ। ৩৫ তেঁও এই কথা কঁওতেই নাম ঘৰৰ অধিকাৰৰ ঠাইৰ পৰা মানুহ অহি কলে, তোমাৰ ডিয়া মাৰল; গুৰুক আৰু কিয় দুখ দিয়া? য়িচু সেই কথা সুনিলতে অধিকাৰত কলে, ভই ন কৰিবা, বিস্বাস মাথোন কৰা। ৩৭ পাচে পিত, যাকোব, অৰুি কোবৰ ভায়েক য়োহান, এইবিলাকত বাহিৰে আন কাকে আপোনাৰ লগত জীব নিদি, ৩৮ অধিকাৰৰ ঘৰলৈ আহি এৰাও, কন্দবিলাক, আৰু বৰ বিলাপ থকাবোৰক দেখিলে। পাছে তেঁও ভিতৰলৈ সোমাই সিবিলাকত কলে, তোমো- লকে এনে এৰাও, কন্দা কটা কিয় কৰিচা? চোআলি মৰা নাই, টোপ- নিতে আচে। তাতে সিহঁতে তেওঁক হঁাহিলে। কিন্তু য়িচু আটাইকে বাহিৰ কৰি চোআলিৰ মাক বাপেক আৰু তেঁৱে সৈতে অহাবিলাকক লগত লৈ চোআলি সুআই থোঅ ঠাইত সোমালগৈ। ১৪ পাচে তেও চো- আলিৰ হাতত ধৰি তাইত কলে, টালিথা কৃমি, অথত হে চোঅলি, উঠা, তোমত অগ্যি। দিচে। ৪২ তেতিয়াই সেই চোআলিএ উঠি খোজ কাহিলে? 80