পৃষ্ঠা:New Testament in Assamese.djvu/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬ অধি। তাইৰ বয়স বাৰে বচৱ হৈচিল। তাতে সকলোএ বৰ বিস্মই মানিলে। ৪৩ পাচে এই কথা জেন কোনেও নেজানে, তেঁও সিবিলাকত এনে দিঢ় আগ্য। দিলে, আৰু তাইক খোআ বস্তু দিবলৈ কলে। ৬ অধ্য। { পচে তেঁও সেই ঠাইৰ পৰা গৈ আপোন দেসলৈ আহিল, আৰু সিদ্যবি- লাকো তেঁওৰ লগত গল। ২ তেতিয়া বিসমি বাৰ হলত তেঁও নাম ঘৰত উপদেশ দিবলৈ ধৰিলে; তাতে অনেক মানুহে তেঁওৰ কথা শুনি বিস্মই মানি কলে, এই মানুহৰ এনেবিলাক কম কৰ পৰা হল। আৰু আপোনাৰ হাতেৰে এনে আচৰিত কৰম কৰ্কিলৈ তাক কেনেকুআ গিয়ান দিয়া হল : মৰিয়ামৰ পুতেক বাহৈ নহই নে: য়াকোব, অৰুি যোচি, য়িহুদা, চি- মোন, এইবিলাকৰ ভায়েক নহই নে? তাৰ ভনিয়েবিলাকো আমাৰ এখেত নাই নে? এই ৰুপে সিহঁতে তেঁওত বেজাৰ পালে। ৪ তেতিয়া য়িচুএ সিহঁতক বুলিলে, ভবিস্যত বক্ত৷ আপোন দেল আৰু আপোনি গি- য়াতি পৰিয়ালৰ বাহিৰে আন ঠাইত কতো জৰ্জত নই। ৫ তীতে তেঁও কেতবিলাক নৰিয়া মানুহৰ গাত হাত দি সুস্থ কৰাত বাজে সেই ঠাইত অন একো আচৰিত কৰম কৰিব নোআৰিলে; ৬ আৰু সিহঁতৰ অবিস্বাস দেখি তেও বিস্মই মানিলে। পাচে চাৰিও ফালৰ গাঁৱত ফুৰি উপদেস দিলে। তাৰ পাচে তেঁও আপোনাৰ বাৰে জন সিস্যক মাতি আনি অসুচি ভুতৰ ওপৰত সক্তি দি, দুজন দুজনকৈ সিবিলাকক পাঁচিলে; আৰু এই অগ। দিলে, তোমোলাকে বটত জোআৰ নিমিতে এডাল এডাল লাখুটিত বাজে জোলোঙ্গা, পিঠা, টঙ্গালিত পইচা, এইবিলাকৰ একো নলবা। ৯ কিন্তু ফানটি পিন্ধিব, আৰু চোলা দুখন গীত নলবা। ১০ তেঁও সিবিলাকত আৰু কলে, তোমোলাকে জতে জি ঘৰত সোমোআ, তাৰ পৰা নোজাআ মানে সেই ঘৰতে থাকিব। ১১ কিন্তু জি কোনোবিলাকে তোমোলাকক অলিহি নোসোধে, আৰু তোমোলকিৰ কথাও মুসুনে, সিবিলাকৰ ঠাইৰ পৰা জোঅ কালত সিহঁতৰ বিৰোধে সাখি হবৰ নিমিতে আপোনাৰ ভৰিৰ ধূলিও জোকাৰি পেলাব। [মই তোমোলকিত স্বৰুপকৈ কৈচো, সোধৰ দিন। সেই নগৰৰ দতকৈ চিদোম আৰু অমোৰাৰ দস সহিবলৈ লঘু হব।] ১২ তাৰ পাচে সিবিলাকে গৈ, মানুহবিলাকে জেন মন পাল- টাই, এই কথা কিৰ্তন কৰিলে; ১৩ অনেক অসুচি ভুত খেদালে, আৰু বহু ৰুগিয়া মানুহৰ গাত তেল বাকি দি সুস্থ কৰিলে। ১৪ সেই কালত তেঁওৰ জসস্যাই বিয়াপিলত হেৰোদ ৰজাই তাকে সুনি