পৃষ্ঠা:New Testament in Assamese.djvu/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মাক। ১৫ অৰু ৰোগ গুচুআ ভুত খেদোঅ সক্তি পাবলৈ, তেঁও বাৰে জনক নিজোছন কৰিলে। ১৬ (সেই বাৰে জন এই;) চিমোন, জাৰ উপনাম পিতৰ দিলে; ১৭ জবিদিৰ পুতেক মাকোৰ, আৰু তেঁওৰ ভায়েক য়োহান, সিবিলাকক বিনেৰোগজ অৰ্থাত মেঘৰ গৰ্জনৰ পুতেক, এনে উপনাম দিলে; ১৮ আন্দ্ৰিয়া, ফিলিপ, তৰুি বৰ্থিলমই; মাথি আৰু থোমা; হলফইৰ পুতেক য়া কাব, তাৰু থদিই; ১৯ কিনানিয়া চিমেন, আৰু তেঁওক লোকৰ হাতত সোধাই দিয়া ইস্কাৰওতিয়া য়িহুদা। ২০ তাৰ পাচে লিবিলাকে এটা ঘৰত সোমাল; কিন্তু সিবিলাকে তাত ভোজন কৰিবলৈ জেন নে পাই, এইমান মানুহৰ সমুহ অকিও চাপিলহি। ২১ তেঁওৰ পৰিয়ালবিলাকে এই কথা শুনি তেঁও বিগিয়ান হল, ইয়াকে বুলি কে ৰিবলৈ ওলাই গল। ২২ আৰু য়িচালমৰ পৰা অহ। অধ্যাপকবি তাকে বুলিলে, এই মানুহৰ বেজিবুব সহাই অচে; সেই ভূতৰ ৰ ভৰি দোআৰাই সি ভূতক খেদাই। ২৩ তীতে তেঁও সিহঁতক মাতি পটন্তৰ দি কলে, চইতানে চইতানক কেনেকৈ খেদাব পাৰে? ২৪ কোনো ৰাজ্য জদি অপোনাৰ ৱিৰোধে বেলেগ হই, তেন্তে সেই ৰাজ্য থাকিব নোঅৰে। ২৫ আৰু কোনো ঘৰ জদি আপোনাৰ বিৰোধে বেলেগ হই, তেন্তে সেই ঘৰ থাকিব নোআৰে। ২৬ তেনেকৈ চইতানেও জদি আপোনাৰ বিৰোধে উঠি বেলেগ হই, সি আৰু নেথাকি অন্ত হৈ জাই। ২৭ বলৱন্ত মানুহক অগেয়ে নেবান্ধিলে, তাৰ ঘৰত সোমাই কোনেও বস্তু লুৰিব নোঅবে; তাক বান্ধিলেহে পাচে তাৰ ঘৰ লুৰিব। ২৮ মই তোমোলকিত স্বপকৈ কঁও, মানুহৰ সন্তানবিলাকৰ সকলো বিধ পাপ, অৰু ইক নিন্দা কৰা জি নিন্দা, সেই সকলোকে খেম কৰা হব; ২৯ কিন্তু জি কোনোএ পবিত্ৰ আত্মাক নিন্দা কৰে, কেতিয়াও তাৰ খেমা নহই, সি অনন্ত দণ্ডৰ পত্ৰি তাৰ অসুচ ভুত অেিচ বুলি, সিহঁতে কোআৰ নিমিতে তেঁও এই কথা কলে। পাচে তেঁওৰ মাক আৰু ভায়েকবিলাক আহি বাহিৰত থিৰ হৈ তেঁওক মাতি পঠালে। ৩২ তীতে তেঁওৰ ওচৰত বহি থকা মানুহবিলাকে তেঁত কলে, দেখা, বাহিৰে তোমাৰ মাৰা আৰু ভায়াবিলাকে তোমাক বি- চাৰিচে। তেঁও সমিধান দি সিবিলাকত কলে, মোৰ অই কেন? আৰু ভাইবিলাক নো কোন? ৩৪ পাচে আপোনাৰ চাৰিও ফালে বহি থকাবিলাকলৈ চাই তেঁও কলে, দেখা, মোৰ অই আৰু ভাইবিলাক এই। ৩৫ কিয়নো জি কোনোএ ইস্বৰ ইষ্ট কম কৰে, মোৰ ভাই, ভনি, অয়ে। সেয়েই। হব। vo Os