পৃষ্ঠা:New Testament in Assamese.djvu/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩ তাস । ৰুপে অবিয়াথৰ বৰ পেৰোহিতৰ কালত ইশ্বৰ হত সােমাই, ২৬ পো- বোহিত বাজে অনে খাব নোপোকা ইৰৰ অগিত দিয়া জি পিঠা, তাকে খালে আৰু লগৰ মানুহকো দিলে, এনে জে কৰম কৰিলে, তাক তোমোলাকে কেতিয়াও পই। নাই নে? ২৭ হেঁও অাৰু কলে, মানুহক বি- সমি বাৰৰ নিমিতে ন হই, বিলাম বাৰকহে মানুহৰ নিমিতে অজি অচিল; ২৮ এই হেতুকে মানুহৰ পুত্ৰ বিমি বৰিবে। অধিকাৰ । ৩ অধি।। পাচে তেঁও অকিও নামহ ৰত সোমাল, তাতে সুকাই জোআ হাতেবে মানুহ এটা অচিলে । ২ তেঁও তাক বিসাম বাৰত সুস্থ কবে নে নকৰে, এই বুলি সিহঁতে তেঁওৰ অপবাদ কবিবলৈ তেঁওক চাই থাকিল । ৩ তেতিয়া তেও সেই সুকান হতিয়া মানুহটত কলে, মাজত থিয় হোয়। ৪ পাচে তেঁও সি, তত সুধিলে, বিসুমি বীৰত ভাল কৰা বা বেয়া কৰা, আৰু প্ৰান ৰখা বা প্রান মৰা, এই দুইৰে মাজত কোনটো কৰিব লগা কম? তাতে সিহঁতে নেমাতি থাকিল। তেতিয়া তেঁও সিহঁতৰ কঠিন মন হেতুকে অসন্তোস কৰি খঙ্গেৰে চাৰিও ফালে সিহঁতলৈ চালে, আৰু সেই মানুহক বুলিলে, আপোনাৰ হাত মেলা। তাতে সি হাত মেলিল [আন হাতৰ নিচিনা] তীক স্বস্থ কৰা হল । ৬ ফিৰুচিবিলাকে তেতিয়াই বাহিৰলৈ গৈ, জি ৰুপে তেঁওক বধিব পাৰে, হেৰোদিয়া মানুহে সৈতে তেঁওৰ বিৰোধে এনে অলিচ কৰিলে। ৭ পাচে য়িচুএ সিদ্যবিলাকে সৈতে তাৰ পৰা সাগৰৰ ওচৰলৈ গল । ৮ তীতে গালিল অাৰু য়িহুদা, চিলিম আৰু ইদোমৰ, আৰু য়দানৰ সিপাৰৰ পৰা সমুহ লোক সকল তেঁওৰ পাচত গল; তাত বাজেও চোৰ আৰু চিদোনৰ ওচৰত থকা বহু মানুহে তেঁওৰ মহত কম ব কথা সুনি তেঁওৰ ওচৰলৈ আহিল । তেতিয়া মানুহ সমুহে তেঁওক বেৰি নধৰিবলৈ এখনি নাও জন তেঁওৰ ওচৰত ৰাখে, সিস্যবিলাকক এনে অগ্যি। কৰি- ১০ কিয়নো তেঁও ভালেমান মানুহক স্বস্থ কৰাত জিবিলাক গিয়া অচিল, সেইবিলাকে তেঁওক চুবলৈ হেঁচা হেঁচি কৰি অচিল । ১১ অাৰু অসুচি ভুতবিলাকে তেঁওক দেখি, অগিত পৰি বিঙ্গিয়াই কলে, তুমি ইস্বৰৰ ১২ কিন্তু তেঁও সিহঁতক সকত অগ্যি। দি তেঁওক প্রকাস কৰিবলৈ বাধা কৰিলে । ১৩ পাচে তেঁও পবতত উঠি জিবিলাকক মাতিবৰ ইচ, সেইবিলাককে মাতিলে; তাতে সিবিলাকে তেঁওৰ ওচৰলৈ আহিল । ১৪ তেতিয়া আপো- নাৰ লগত থাকিবলৈ, আৰু কথা কিতন কৰিবৰ নিমিতে পানি হবলৈ, লে;