পৃষ্ঠা:New Testament in Assamese.djvu/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২ অধি।। ৩৯ পাচে ৰিছে । ৩৮ তাতে তেঁও সিবিলাকত কলে, আমি ওচৰৰ গাঁৱলৈ জাওহঁক, তাতো মই কির্তন কৰিম, কিয়নো সেই নিমিতেই মই আহিলে।। গালিল দেস খনতে সিবিলাকৰ নামঘৰত তেঁও কথা কিতন কৰিলে, আৰু ভুতবিলাকক খেদালে । ৪০ তাৰ পাচে এটা কুঠিয়া মানুহ তেঁওৰ অগিলৈ আহি আঁঠু পাৰি কাকুতি কৰি কলে, জদি আপোনাৰ ইচা হই, তেন্তে মােক সুচি কৰিব পাৰে । ৪১ তীতে য়িচুএ ক্রিপ কষি হাত মেলি তাক চুই কলে, মোৰ ইচ। অচে, সুচি হোঅা। ৪২ এই কথা বুলিলতেই কুঠ ৰোগ গুচি সি সুচি হল ৪৩ তেঁও তেতিয়াই তাক পাচি সকত অগ্যি। দি কলে, ৪৪ সাৱধানে থাকি এই কথা কাতো একো নকবা; কিন্তু পোৰোহিতৰ আগত আপোনাক দেখুআগৈ, আৰু লােকক প্রমান দিবলৈ আপুনি সুচি হোৱাৰ নিমিতে মোচাই বিধান কৰ৷ জি দান, তাক উচগ কৰা । ৪৫ কিন্তু সি গৈ সেই কম অধিককৈ কৈ সকলতো জনালে ; তাতে য়িচএ অকিও দেখাকৈ নগৰত সোমাব নোআৰি, বাহিৰে হাবি ঠাইত থাকিল; আৰু চাৰিও ফা- লৰ পৰা মানুহবিলাক তেঁওৰ ওচৰলৈ আহিল । 1

২ অধি।। কেতেক দিনৰ পাচে তেঁও অকও কিফনাহুমলৈ গল । তাতে তেঁও ঘৰত অচে বুলি সুনিলত, ২ তেতিয়াই ঘৰত আৰু দুআৰ মুখতো নধৰাকৈ এতেক মানুহ চাপিল। তাতে তেঁও সিবিলাকত কথা কির্তন কৰিলে । ৩ তেতিয়া চাৰি জনে বৈ অনা এটা জঠৰ ৰুগিয়াক মানুহবিলাকে তেঁওৰ ওচৰলৈ অনিলে । ৪ কিন্তু মানুহ সহ হােআত তেঁওৰ ওচৰলৈ তাক চপাব নোঅৰি, জি ঠাইত তেঁও অচিলে, তাৰ ওপৰৰ চলি গুচাই বাট কৰি, সেই পৌনেদি জঠৰ ৰুগিয়া সোঅ সজাই সৈতে তাক নমলে। ৫ তাতে য়িচূএ সিবিলাকৰ বিস্বাস দেখি, সেই জঠৰ ৰুগিয়াত কলে, হে বুপাই, তোমাৰ পাপ খেমা হল । ৬ তেতিয়া কেতবিলাক অধ্যাপকে সেই ঠাইতে বহি থাকি মনতে ভাবিলে, ৭ এই মানুহে ইস্বৰ এনে নিন্দা কথা কিয় কৈচে? ইস্বৰত বাজে পাপি খেমা কৰিবলৈ কৰি সক্তি আচে? ৮ সিবিলাকে এনে ভাবনা কৰিচিলে, ইয়াক য়িচুএ আপোনাৰ মনেৰে তেতিয়াই বুজি সিবিলাকত কলে, তোমোলাকে মনেৰে এনে ভাবনা কিয় কৰিচা? তোমাৰ পাপ খেমা হল, নাইবা উঠি সজা লৈ জোন্স, এই দুই কথাৰ মাজত জঠৰ ৰুগিয়াক কোনটো বুলিবলৈ ছিল ? ১০ কিন্তু প্রিথিবিত পপি খেমিবলৈ মানুহৰ পুত্ৰৰ সক্তি অচে, ইয়াক তোমোলাকে জানিবৰ নিমিতে, তেতিয়া তেঁও জঠৰ ৰুগিয়াত কলে, ১১ উঠা, তোমাৰ