পৃষ্ঠা:New Testament in Assamese.djvu/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মার্ক। সজ্য। তুলি ঘৰলৈ জোঅ, মই তোমাক এই অগ্যি। নিচে। ১২ তেতিয়াই সি উঠি অটাইৰে অগিতে সজ। তুলি লৈ বাহিৰ ওলাই গল ; তাতে সকলো এ বিস্মই মানি, এনে কম কেতিয়াও দেখ1 নাই, ইয়াকে বুল ই- ৰক সুতি কৰিলে। ১৩ পীচে তেঁও তাৰ পৰা অকও সাগৰৰ কাৰলৈ গল ; তাতে সকলে। সমুহ তেঁওৰ ওচৰলৈ আহিলত তেঁও সিবিলাকক উপদেস দিলে । ১৪ সেই ঠাইৰ পৰা জওিতে হলফইৰ পুতেক লেৱিক কৰ ললোঅ চৰাত বহি থাকি- বৰ দেখি তাত কলে, মোৰ পাচত অহি।। তেতিয়া সি উঠি তেঁওৰ পাচত গ ল । ১৫ তাৰ পাচে জেতিয়া য়িচূএ তাৰ ঘৰত ভোজন কৰিবলৈ বহিলে, তেতিয়া অনেক কৰ তোলা মানুহ আৰু পাপিবিলাক তেঁওৰে অ তেওৰ সিস্যবিলাকৰে লগত বহিল, কিয়নো বহু মানুহ তেঁওৰ পাচত গৈচিল । ১৬ তেঁও কৰ তেলি। অৰুি পাপিবোৰে সৈতে ভোজ খে।অ। দেখি ত ধ1- পক অৰুি ফিচিবোৰে তেঁওৰ সিস্যবিলাকত কলে, কৰ তোলা আৰু পা- পিবোৰৰ লগত এও কিয় ভোজন পান কৰে ? ১৭ য়িচুএ তাকে বুনি সি- বিলকিত কলে, নিগি মানুহৰ বেজত সকাম নাই, কিন্তু গিয়া মানুহৰ সকাম আচে। মই ধৰমি লেকিক নিমন্ত্রন কৰিবলৈ অহা নাই, [মন পলি- টাবৰ নিমিতে] পাপি লোককহে নিমন্ত্রন কৰিবলৈ আহিলে।। ১৮ য়োহানৰ অাৰু ফিচিবিলাকৰ লঘোন কৰা সিদ্যবোৰে আহি য়িচুৰ অগিত কলে, য়োহানৰ আৰু ফিচিবিলাকৰ সিস্যবোৰে লঘোন কৰে, কিন্তু তোমাৰ সিদ্যবিলাকে লঘোন নকৰে, ইয়াৰ কাৰন কি? ১৯ তেতিয়া য়িচূএ সিবিলাকত কলে, জেতে দিন সখিবিলাকৰ লগত দৰা থাকে, তেতে দিনলৈকে সিবিলাকে লঘোন কৰিব পাৰে নে? জেতে দিন দৰ। সিবিলাকৰ লগত থাকে, তেতে দিনলৈকে সিবিলাকে লঘোন কৰিব নোঅাৰে । ২০ কিন্তু জেতিয়া সিবিলাকৰ লগৰ পৰা দৰাক নিয়া হব, এনে কাল অহিব; সেই কালতে সিবিলাকে লঘোন কৰিব । ২১ পূৰ- নি বস্ত্ৰত ন কপিৰৰ তপিলি কোনেও নেমাৰে; তেনে কৰিলে জি ন ডেখিৰ তপিলি মাৰে, সি পুৰনিক ফালি নিয়ে, তাতে ফটা অাৰু সহহে হই। ২২ অাৰু পুৰনি চলিৰ মেটিত লত। পনিয়ালৰ ন স কোনেও ন থই; জদি থই, ন বসে সেই মােট ফালে, অৰুি ৰসে বৈ ঢুকাই, মোটো নষ্ট হই; কিন্তু পনিয়ালৰ ন স ন মোটতহে থোঅ উচিত । ২৩ তাৰ পাচে বিভ্রাম বাৰত তেঁও জেতিয়া খেতিৰ মাজেদি গল, তে- তিয়া তেঁওৰ সিস্যবিলাকে জাওতে সহৰ চেঁই চিৰিবলৈ ধৰিলে। ফিচিবিলাকে য়িচূত কলে, দেখা, বিসুমি বাৰত কৰিব নোপোজ জি কম, তাকে ইহঁতে কিয় কৰিচে? ২০ তেতিয়া তেঁও সিহঁতক বুলিলে, দাদি আৰু তেঁওৰ লগৰ মানুহে খাবলৈ সমল নাইকিয়াত ভোক লাগিলত জি 1

২৪ তাতে